নগাঁৱত ৰক্তদান শিবিৰৰ লগতে সুস্থ নাৰী সুস্থ পৰিয়াল অভিযানৰ শুভাৰম্ভ
ডিজিটেল সেৱা, নগাঁও: দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জন্মদিন উদযাপনৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে গ্ৰহণ কৰা ‘সেৱা সপ্তাহ’ শীর্ষক বিশেষ কাৰ্যসূচীৰ অংশ স্বৰূপে অসম ৰাজ্যিক ৰক্ত সঞ্চালন পৰিষদে বুধবাৰে ৰাজ্যজুৰি ৭৫ টা ৰক্তদান শিবিৰৰ আয়োজন কৰিছে।উক্ত কাৰ্যসূচীৰে সৈতে সংগতি ৰাখি ১৭ ছেপ্টেম্বৰৰ পৰা ২৩ ছেপ্টেম্বৰ পৰ্যন্ত নগাঁও জিলা … Read more