উত্তৰাখণ্ডৰ চামোলী জিলাত ডাৱৰ বিস্ফোৰণ: ১২ জন নিৰুদ্দেশ

উত্তৰাখণ্ডৰ চামোলী জিলাত ডাৱৰ বিস্ফোৰণ: ১২ জন নিৰুদ্দেশ

ডিজিটেল ডেস্ক: প্ৰচণ্ড বৰষুণৰ ফলত সৃষ্টি হোৱা ডাৱৰ বিস্ফোৰণে ব্যাপক বিধ্বংসী ৰূপ ধাৰণ কৰে উত্তৰাখণ্ডৰ চামোলী জিলাত। ১২ জন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে ৷ বুধবাৰে নিশা হঠাৎ হোৱা ধাৰাসাৰ বৰষুণে নন্দনগৰলৈ প্ৰচণ্ড ধ্বংসাৱশেষ কঢ়িয়াই অনাৰ ফলত কুন্তৰী লগাফলী আৰু ধূৰমা ৱাৰ্ডত ২৭ টাৰ পৰা ৩০টা বাসগৃহ আৰু গৰু গোঁহালিৰ ক্ষতিসাধন হয় । … Read more

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত ‘লাইফ বিহাইণ্ড দ্যা লাইফ’

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ  প্ৰতিযোগিতাত ‘লাইফ বিহাইণ্ড দ্যা লাইফ’

ডিজিটেল সেৱা,গুৱাহাটী: বৃহস্পতিবাৰে মহানগৰীৰ হোটেল গ্ৰেণ্ড মেজেষ্টিত অনুষ্ঠিত এক সংবাদমেলত নতুন অসমীয়া চলচ্চিত্ৰ ‘লাইফ বিহাইণ্ড দ্যা লাইফ’ (জীৱনৰ আঁৰৰ জীৱন)ৰ পোষ্টাৰ মুকলি কৰা হয়৷ বহু অসমীয়া চলচ্চিত্ৰ, ধাৰাবাহিকৰ সম্পাদনা-পৰিচালনাৰ লগতে বহুকেইখন চুটিছবি আৰু মিউজিক ভিডিঅ’ পৰিচালনাৰে পুষ্ট অনুপম কে বৰদলৈয়ে প্ৰথমবাৰৰ বাবে পূৰ্ণদৈৰ্যৰ চলচ্চিত্ৰ পৰিচালনা কৰা তেওঁৰ ছবি ‘লাইফ বিহাইণ্ড দ্যা লাইফ’এ ইতিমধ্যে ‘‘মোক্ষ’ আন্তঃৰাষ্ট্ৰীয় … Read more