জুবিনৰ আদ্যশ্ৰাদ্ধত গৌৰৱৰ সৈতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ

জুবিনৰ আদ্যশ্ৰাদ্ধত গৌৰৱৰ সৈতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ

ডিজিটেল সেৱা, যোৰহাট: ১১ দিনীয়া আদ্যশ্ৰাদ্ধ গুৱাহাটীত সুকলমে হৈ যোৱাৰ পাছত যোৰহাটত বুধবাৰে পতা হৈছে মাংগলিক অনুষ্ঠান ৷ জুবিনৰ গৃহ চহৰত ১৩ দিনীয়া মাংগলিক কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে ৷ পুৱাৰে পৰা প্ৰতিগৰাকী জুবিন অনুৰাগীৰ এৰাব নোৱাৰা ব্যস্ততা ৷ সৰ্বৰ্ধম প্ৰাৰ্থনা, ভাগে ভাগে চলিছে নাম-প্ৰাৰ্থনা।অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ সৈতে গৰিমা শইকীয়া গাৰ্গক দেখা … Read more