ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বুৰঞ্জীৰ এক তেজস্বী পৃষ্ঠা”ফুলগুৰি ধেৱা”

ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বুৰঞ্জীৰ এক তেজস্বী পৃষ্ঠা”ফুলগুৰি ধেৱা”

ডিজিটেল সেৱা, নগাঁও: অসমভূমিত জন্মলভা বীৰ সন্তানসকলৰ বীৰত্বৰ গাঁথাৰ কোনো সীমা নাই। ইতিহাসৰ প্ৰতিটো পৃষ্ঠাতে অসমীয়াৰ সাহসিকতা আৰু আত্মত্যাগৰ স্বাক্ষৰ লিপিবদ্ধ হৈ আছে । তেনে এক স্মৰণীয় অধ্যায় হৈছে ঐতিহাসিক ফুলগুৰি ধেৱা, যি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বুৰঞ্জীৰ এক তেজস্বী পৃষ্ঠা । ১৮৬১ চনৰ ১৮ অক্টোবৰ ঐতিহাসিক আজিৰ এই দিনটোতে ব্ৰিটিছৰ ঔপনিৱেশিক শাসন- শোষণ, অন্যায় আৰু … Read more