জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ ৰাওনা এছ আই টিৰ দল
ডিজিটেল সেৱা: অসম আৰক্ষীৰ এছ আই টিৰ দল ছিংগাপুৰলৈ ৰাওনা হৈছে । এছ আই টিৰ মুৰব্বী তথা অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান মুন্না প্রসাদ গুপ্তা আৰু সহকাৰী তদন্তকাৰী বিষয়া তৰুণ গোৱেলৰ দুজনীয়া এটা দলে ছিংগাপুৰত গৈ জুবিনৰ মৃত্যুৰ তদন্ত কৰিব । এছ আই টিৰ দলটোৱে মঙলবাৰে ছিংগাপুৰ আৰক্ষীৰ সৈতে জুবিনৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত আনুষ্ঠানিক আলোচনাত মিলিত হ’ব … Read more