মহিলা সবলীকৰণৰ ক্ষেত্ৰত অসম সৰ্বশ্ৰেষ্ঠ ৰাজ্য- মুখ্যমন্ত্ৰী হিমন্ত
ডিজিটেল সেৱা, নগাঁও: মহিলা সবলীকৰণৰ ক্ষেত্ৰত অসমক সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে আগবাঢ়ি যাবলৈ সক্ষম হৈছে। অৰুণোদয়, মহিলা উদ্যমিতা আচনিয়ে ভাৰতৰ আন আন ৰাজ্যক পথ দেখুৱাইছে। অসমৰ মহিলা সকলক সকলো দিশৰ পৰাই আগুৱাই নিয়াটো আমাৰ চৰকাৰৰ দ্বায়িত্ব। আজি অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত ,অসম গ্ৰামীণ জীৱিকা অভিযানৰ সহযোগত আৰু নগাঁও জিলা প্ৰশাসনৰ ব্যৱস্থাপনাত নগাঁও চহৰৰ … Read more