এছ আই টিয়ে অভিযোগনামা দাখিল কৰিব, ন্যায়ালয়ে ন্যায় দিব-মুখ্যমন্ত্ৰী
ডিজিটেল সেৱা, গুৱাহাটী: কেবিনেট বৈঠকৰ পাছতে দিছপুৰৰ লোকসেৱা ভৱনত সংবাদমেলত সম্বোধন কৰি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত জুবিন গাৰ্গৰ ন্যায় আৰু এছ আই টিৰ তদন্তৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, ‘‘এছ আই টিয়ে অভিযোগনামা দাখিল কৰিব আৰু ন্যায়ালয়ে ন্যায় দিব । যিসকলে আন্দোলন কৰে বা ন্যায়ালয়ক বিশ্বাস নকৰে তেওঁলোকৰ বাবে এইটো সমস্যা । বিজেপিয়ে ন্যায়ালয়ৰ ন্যায়ৰ ওপৰত বিশ্বাস আছে … Read more