অপহৰণ আৰু ধনদাবীৰ অভিযোগত বীৰ লাচিত সেনাৰ সদস্য গ্ৰেপ্তাৰ

অপহৰণ আৰু ধনদাবীৰ অভিযোগত বীৰ লাচিত সেনাৰ সদস্য গ্ৰেপ্তাৰ

ডিজিটেল সেৱা, গুৱাহাটী: দেওবাৰে নিশা অপহৰণ আৰু ধনদাবীৰ গোচৰত লাচিত সেনাৰ সদস্য গ্ৰেপ্তাৰ হোৱা সন্দৰ্ভত গুৱাহাটী মহানগৰীৰ এপ’ল’ গ্ৰেণ্ড হোটেলত সোমবাৰে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকনে সংবাদমেল সম্বোধন কৰিছিল ।সংবাদমেল সম্বোধন কৰি থকা সময়তে আৰক্ষীয়ে আটক কৰে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকন আৰু কেন্দ্ৰীয় সমিতিৰ সদস্য তন্ময় ফুকনক । গুৱাহাটী মহানগৰ … Read more

নগাঁও জিলাৰ অন্তৰ্গত ৰহা সমষ্টিৰ চাপৰমুখত বৃহৎ স্বাস্থ্য শিবিৰ

নগাঁও জিলাৰ অন্তৰ্গত ৰহা সমষ্টিৰ চাপৰমুখত বৃহৎ স্বাস্থ্য শিবিৰ

ডিজিটেল সেৱা, ৰহা: স্বাস্থ্যৱান সমাজ স্বাস্থ্যৱান অসম’ৰ লক্ষ্যৰে সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ ৰহা সমষ্টিটো ২৭ অক্টোবৰ তাৰিখে নগাঁও জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত, নগাঁও জিলা প্ৰশাসন আৰু ৰহা সম জিলা প্ৰশাসনৰ সহযোগত নগাঁও জিলাৰ বিধান সভা সমষ্টি ভিত্তিত বৃহৎ স্বাস্থ্য শিবিৰৰ ৭মটো বৃহৎ স্বাস্থ্য শিবিৰ সফলভাৱে অনুষ্ঠিত কৰা হয়। স্থানীয় বিধায়ক শশীকান্ত দাস, জিলা আয়ুক্ত, … Read more

নগাঁও কলা মন্দিৰৰ ৬৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

নগাঁও কলা মন্দিৰৰ ৬৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ডিজিটেল সেৱা, নগাঁও: নগাঁৱৰ কলা- সংস্কৃতি, নাট্যচৰ্চাৰ আগশাৰীৰ অনুষ্ঠান নগাঁও কলা মন্দিৰৰ ৬৯ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি কলা মন্দিৰৰ ফৌজদাৰীপট্টীস্থ চৌহদত উদযাপন কৰা হয়। পুৱা পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতে সদ্য প্ৰয়াত জনদৰদী শিল্পী জুবিন গাৰ্গৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি আনন্দৰাম … Read more

নগাঁৱত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ শুভাৰম্ভনি আৰু চেক বিতৰণ অনুষ্ঠান

নগাঁৱত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ শুভাৰম্ভনি আৰু চেক বিতৰণ অনুষ্ঠান

ডিজিটেল সেৱা, নগাঁও: উচ্চ শিক্ষা আহৰণৰ দিশত ৰাজ্যৰ ১০ লাখ কন্যা শিক্ষাৰ্থীৰ বাবে অসম চৰকাৰৰ অভিলাসী পদক্ষেপ “মুখ্যমন্ত্ৰী নিযুত মইনা ২.০” আঁচনিখন ২৭ অক্টোবৰ তাৰিখে অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প, সৰুসজাই, গুৱাহাটীত কেন্দ্ৰীয়ভাৱে অসমৰ মুখ্যমন্ত্ৰীয়ে শুভ উদ্ধোধন কৰে । সমগ্র ৰাজ্যজুৰি মহাবিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহত অনুষ্ঠিত হোৱা এই অভিলাসী আঁচনিখনৰ উদ্ধোধনী অনুষ্ঠানটি নগাঁও … Read more