৭ জানুৱাৰীত জামিয়া অসম দাৰুল হাদীছ জয়নগৰৰ বাৰ্ষিক সমাৱৰ্তন
◆জমিৰ উদ্দিন তালুকদাৰ◆ অসমৰ প্ৰাচীনতম ইছলামী শিক্ষাৰ পীঠস্থান জামিয়া অসম দাৰুল হাদীছ জয়নগৰৰ বাৰ্ষিক সমাৱৰ্তন আৰু পবিত্ৰ বুখাৰী খতম অনুষ্ঠানৰ দিন বাৰ ঘোষণা কৰা হৈছে৷ আজি মাদ্ৰাছাৰ বাকৰিত অনুষ্ঠিত এক সংবাদমেলত এই তথ্য সদৰি কৰে মাদ্ৰাছাৰ সম্পাদক মৌলানা তৈয়বুৰ ৰহমান কাছিমীয়ে৷ সংবাদ মেলত মাদ্ৰাছাৰ সম্পাদক গৰাকীয়ে জানিবলৈ দিয়া মতে, এইবাৰ জামিয়া জয়নগৰৰ বাৰ্ষিক সমাৱৰ্তন তিনি … Read more