ভাৰত-ৰাছিয়া আৰু চীনৰ ঐক্যবদ্ধতাত উদ্বেগ প্ৰকাশ আমেৰিকাৰ

ভাৰত-ৰাছিয়া আৰু চীনৰ ঐক্যবদ্ধতাত উদ্বেগ প্ৰকাশ আমেৰিকাৰ

‌ডিজিটেল সেৱা: চীনত অনুষ্ঠিত হোৱা SCO সন্মিলনত ভাৰত, ৰাছিয়া আৰু চীনৰ মাজত ঘনিষ্ঠতা বৃদ্ধি হোৱা লগে লগে আলোড়ণৰ সৃষ্টি কৰিছে বিশ্ব ৰাজনীতিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চীন ভ্ৰমণৰ সময়ত তেওঁক ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনা ৰাষ্ট্ৰপতি চি জিনপিঙৰ সৈতে বিশেষ কথা-বতৰাত লিপ্ত হোৱা দেখা গৈছে। এই তিনিখন দেশৰ এই ঘনিষ্ঠতাই এতিয়া আমেৰিকাৰ বাবে উদ্বেগৰ কাৰণ … Read more

বিশ্বকাপৰ পূৰ্বে অৱসৰ ল’লে তাৰকা বলাৰ ষ্টাৰ্কে

বিশ্বকাপৰ পূৰ্বে অৱসৰ ল’লে তাৰকা বলাৰ ষ্টাৰ্কে

ডিজিটেল সেৱা:অষ্ট্ৰেলিয়াৰ তাৰকা খেলুৱৈ, বেগী বলাৰ মিচেল ষ্টাৰ্কৰ ডাঙৰ ঘোষণা। অৱসৰৰ কথা ঘোষণা কৰিলে ক্ৰিকেট তাৰকাগৰাকীয়ে। এই খবৰ শুনি তেওঁৰ অনুৰাগীসকল স্তম্ভিত হৈ পৰিছে।মিচেল ষ্টাৰ্কে কয় যে তেওঁ টি-২০ ইণ্টাৰনেশ্যনেল ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। তেওঁৰ লক্ষ্য এতিয়া দেশৰ ব্যস্ত টেষ্ট সূচীত নিজকে আত্মনিয়োগ কৰি ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ বাবে নিজকে ফিট কৰি ৰখা।৩৫ বছৰীয়া … Read more

মোদী আৰু জিনপিঙৰ বন্ধুত্বই কিদৰে উপকৃত হ’ব ভাৰত

মোদী আৰু জিনপিঙৰ বন্ধুত্বই কিদৰে উপকৃত হ’ব ভাৰত

ডিজিটেল সেৱা: দেওবাৰে চীনৰ টিয়ানজিনত অনুষ্ঠিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বী জিনপিঙৰ বৈঠক। চাংহাই Shanghai Cooperation Organisationৰ শীৰ্ষ সন্মিলনৰ বাবে চীনত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীয়ে জিনপিঙৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হৈ ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্কক এক নতুন উচ্চতালৈ লৈ যায়। দুয়োগৰাকী নেতাৰ এই বৈঠক সন্দৰ্ভত এতিয়া চীনৰ বৈদেশিক মন্ত্ৰণালয়ে এক আনুষ্ঠানিক … Read more

কাঁহিকুছিত মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ

কাঁহিকুছিত মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ

ডিজিটেল সেৱা,মিৰ্জা:জালুকবাৰী বিধানসভা সমষ্টিৰ আজাৰাৰ কাঁহিকুছিৰ শ্যামভূমি হাইস্কুল খেলপথাৰত বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৭,৪৭৪ গৰাকী মহিলাৰ মাজত ১০ হাজাৰ টকাকৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰে । মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অংশ হিচাপে ৰাজ্যজুৰি চলি থকা চেক বিতৰণ কাৰ্যসূচীত জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত উত্তৰ গুৱাহাটী আৰু ৰামছাৰাণীৰ মহিলাসকলৰ মাজত চেক বিতৰণ কৰা হয় … Read more