কলকাতাত ১৩৬ বছৰ পুৰণি মছজিদত নামাজ আদায় কৰা বন্ধ
ডিজিটেল সেৱা: পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে এটা ১৩৬ বছৰ পুৰণি এটা মছজিত নামাজ আদায় কৰা বন্ধ কৰাৰ সিদ্ধান্তক সমৰ্থন জনাইছে। ইয়াৰ পাছতে জাঙুৰ খাই উঠিছে ইছলামিক দল -সংগঠন। কলকাতা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ভিতৰত অৱস্থিত মছজিদত সাধাৰণ লোকৰ প্ৰৱেশ আৰু সামূহিক নামাজ সাময়িকভাৱে বন্ধ কৰা হৈছে। এই সন্দৰ্ভত চলি থকা বিতৰ্কৰ মাজতে এই সিদ্ধান্তক সমৰ্থন জনাইছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু … Read more