ডবকাৰ নিখাৰী নৈত দলং নাই, যমৰ-যাতনা অঞ্চলবাসীৰ
◆জমিৰ উদ্দিন তালুকদাৰ◆ এখন দলঙৰ অভাৱত বছৰ বছৰ ধৰি যমৰ-যাতনা ভোগ কৰিবলগীয়া হৈছে ডবকাৰ বৃহত্তৰ অঞ্চলৰ ৰাইজে। নিখাৰী নৈৰ ওপৰত আজিও দলং নিৰ্মাণ নোহোৱাৰ ফলত চাংমাজী, পাতিদয়া, বনগাঁও, যোগীজানকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজে জীৱন হাতৰ মুঠিত লৈ বিপদসংকুলভাৱে নৈ পাৰ হৈ যাতায়াত কৰিবলগীয়া হৈছে। বৰ্তমান টুলুঙা নাও অথবা বাঁহৰ সাঁকোৰ ওপৰতে নিৰ্ভৰশীল অঞ্চলবাসী। বাৰিষা নৈৰ … Read more