জুবিন গাৰ্গ বিহীন প্ৰথমটো মাঘৰ বিহু

জুবিন গাৰ্গ বিহীন প্ৰথমটো মাঘৰ বিহু

◆মাধুৰ্য ডেকা◆ “উৰুঙা উৰুঙা আজি মাঘৰে বিহুসেমেকা সেমেকা আজি ৰঙালী বিহু “(জুবিন দা) ভোগালীৰ ভোগ আৰু উৰুঙা আজি কেৱল সমগ্র অসম । সঁচাই জুবিন গাৰ্গ বিহীন বিহু অৰ্থহীন। অসমত বিহু মানেই জুবিন দা। কাৰণ তেওঁৰে কথাসুৰ-গীতৰ মাজেৰে অসমীয়া সমাজত বিহুৱে এক সুকীয়া পৰিচয় পাইছে। আজিও জুবিন দাৰ গানেৰে ভোগালীক আদৰিছোঁ। তেওঁৰ কণ্ঠতেই যেন তেঁওক আমাৰ … Read more

দীপাৱলীৰ সাংস্কৃতিক গুৰুত্ব

দীপাৱলীৰ সাংস্কৃতিক গুৰুত্ব

◆ড০ দিলীপ শৰ্মা◆ ভাৰতৰ সাংস্কৃতিক ঐক্যৰ বাবে অতীত কালৰে পৰা বিজ্ঞ জনে বিভিন্ন প্ৰকাৰে যত্নপৰ হৈ আহিছে। ভাৰতত বসবাস কৰা ভিন্ন সম্প্ৰদায়ৰ আৰু মতাৱলম্বীৰ মাজত একতা স্থাপন কৰি পৰষ্পৰৰ মাজত সম্প্ৰীতি আৰু ভ্ৰাতৃত্ববঝধ সৃষ্টি কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰি অহা ভাৰতীয় সকল প্ৰকৃতৈ আমাৰ সকলোৰে বাবে প্ৰেৰণাৰ উৎস।আমি এই লেখাত দীপাৱলী আৰু এই উৎসৱৰ সাংস্কৃতিক … Read more

জুবিন গাৰ্গৰ ন্যায় ৰাজনৈতিক যুদ্ধ নহয়

জুবিন গাৰ্গৰ ন্যায় ৰাজনৈতিক যুদ্ধ নহয়

◆ৰমেন বৃৰদুগ◆ জুবিন দাৰ গীত মাত কথা কবিতা সুৰ সাংস্কৃতিক সৃষ্টিৰাজিৰ বিষয়ে গৱেষণা, তাত্বিক বিশ্লেষণ আৰু যুগ যুগ ধৰি সংৰক্ষণ অথবা সংবৰ্ধন কৰি অসমখন জুবিনময় কৰি ৰখাৰ লগতে তেখেতৰ সাহস তথা আদৰ্শ অসমৰ লগতে বিশ্বৰ নতুন প্ৰজন্মৰ মাজত প্ৰসাৰিত কৰাৰ প্ৰাসংগিকতা আছে ৷ সেইবোৰ বিষয় পিছত আলোচনা কৰা হ’ব ৷ বৰ্তমান জুবিন দাক ন্যায় দিয়াৰ … Read more

কৰবাত নিশা এটা উজাগৰে আছে

কৰবাত নিশা এটা উজাগৰে আছে

◆পদ্ম মৰাণ◆ বহুত দিন হল ” চাহেব পুৰাৰ বৰষুণ ” উপন্যাস খন মেলি চোৱা নাই , আচলতে জীৱনৰ ব্যস্ততা বোৰৰ পৰাই এনেকুৱা হয় কেতিয়াবা কিছুমান কিতাপৰ কাহিনী বোৰ সম্পূৰ্ণ কৈ পঢ়িব পাৰো আৰু কেতিয়াবা কিছুমান কাহিনী আধা পঢ়া কৈ সামৰি থব লগা হয় , সেইকাৰণে বেয়া পাও মই কিতাপ এখন আধা মেলা কৈ পঢ়িবলৈ , … Read more

মই জুবিন গাৰ্গৰ অনুৰাগী নাছিলোঁ কাহানিও

মই জুবিন গাৰ্গৰ অনুৰাগী নাছিলোঁ কাহানিও

◆মিলন নেওগ◆ অকপতে স্বীকাৰ কৰোঁ ,মই জুবিন গাৰ্গৰ অনুৰাগী নাছিলোঁ কাহানিও । কাৰণ, আমাৰ দৰে মধ্যবিত্তৰ ৰুচি আৰু প্ৰমূল্যবোধৰ মাজত ডাঙৰ হোৱা/গ্ৰাম্য সংস্কাৰৰ মাজত শৈশৱ পাৰ কৰা ল’ৰাবোৰৰ বাবে ভাষা আৰু সামাজিক আচৰণৰ একোডাল লেকাম আছিল৷ আমাৰ মন মগজুত সেই লেকামডালৰ পুতন বৰ গভীৰ৷ কিছুদিন আগতে মোৰ মহাবিদ্যালয়ৰ শিক্ষাগুৰু দিগন্ত গোহাঞি ছাৰৰ লগত Generation gap … Read more

অসমীয়া জাতিসত্তাৰ নাম আন এটি জুবিন গাৰ্গ

অসমীয়া জাতিসত্তাৰ নাম আন এটি জুবিন গাৰ্গ

●নাছিৰ আহমেদ সঁচা কথা কবলৈ গ’লে , জুবিন গাৰ্গৰ কোনো সুশৃংখলাৱদ্ধ জীৱন আদৰ্শ নাছিল। তেওঁ কোনো বিশেষ ৰাজনৈতিক দৰ্শনৰ ভেটিত গীতসমূহ সৃষ্টি কৰা নাছিল। তেওঁ আছিল মুক্ত, স্বাধীন। জুবিন গাৰ্গে বিহঙ্গৰ দৰে ডেউকা মেলি দূৰ-দূৰান্তলৈকে সপ্ত আকাশ ভ্ৰমণ কৰি নৱ দিগন্তৰ অসীমৰ বুকুত চিৰ মিলনৰ গীত গাব।বিচাৰিছিল। ফৰাচী দাৰ্শনিক ৰুছোৰ ” Return to the nature” … Read more

আমেৰিকাৰ ভিছা নীতি: প্ৰতিভাৰ দলং খনত বাধা

আমেৰিকাৰ ভিছা নীতি: প্ৰতিভাৰ দলং খনত বাধা

◆ড° শৰৎ বৰকটকী ভিছা শব্দটো লেটিন ভাষাৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে “চকুৰে চাই পৰীক্ষা কৰা বস্তু” । অৰ্থাৎ কোনো নথিপত্ৰ চোৱা বা পৰীক্ষা কৰা বুলি বুজায়। ভিছা মূলতঃ হৈছে বিদেশলৈ যাব বিচৰা দেশ খনৰ আইনী অনুমতি বা চৰকাৰী অনুমোদন। যাৰ দ্বাৰা বিদেশী নাগৰিকক কোনো এখন দেশত নিৰ্দিষ্ট উদ্দেশ্য আৰু সময়ৰ বাবে প্ৰৱেশ বা ভ্ৰমণ … Read more

জুবিন গাৰ্গঃ মানুহ বন্দনাৰ সমাজ হৈ থাকক

জুবিন গাৰ্গঃ মানুহ বন্দনাৰ সমাজ হৈ থাকক

●ডo নন্দ সিং বৰকলা জুবিন গাৰ্গ, অসমীয়া মহাজাতিক এক অন্যতম সংস্কৃত মাত। শংকৰদেৱ, মাধৱদেৱ, ভূপেন হাজৰিকা, বিষ্ণু প্রসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ বৰণেৰে বিশ্ব মানৱ চেতনাক প্রবল ব্রহ্মপুত্রক জলধাৰাৰে সাংস্কৃতিক মৰ্যদা আছিল জুবিন। য’ত শেষ হয় সাম্প্রদায়িকতাৰ উৎকট দুর্গন্ধময় বাটৰ বিৰক্তিকৰ খোজবোৰ, আৰম্ভ হয় মানৱ সভ্যতাৰ জীৱনবোধৰ সমদল। জুবিন সাগৰৰ নীলাপানীৰ বিহৰ বুকুত মানুহৰ চকুৰ আকাশৰ … Read more

জন্মান্তৰবাদত অমৃতকণ্ঠ

জন্মান্তৰবাদত অমৃতকণ্ঠ

●কুমাৰ বিভূতি অসমীয়া মানুহৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ পাছত বিশ্বৰ ইতিহাসত অভিলেখ সংখ্যক জনতা শোকাহত হোৱাৰ দৃশ্য অনন্ত কাললৈ যেন কাৰো মনৰ পৰা নাযাব। এক ৰহস্যময় ঘটনাৰে জীৱন নাটৰ অৱসান ঘটা অমৃতকণ্ঠ জুবিনদাৰ এই খবৰৰ পাছত সামাজিক মাধ্যমত প্ৰায়ে চৰ্চিত হৈছে পুনৰ্জন্মৰ প্ৰসংগ‌ই। গীতেৰে, সুৰেৰে, কণ্ঠৰে, আৱেগেৰে, বিবেকেৰে প্ৰায় চাৰিটা দশক অসমীয়া মানুহৰ … Read more

নিশা এটা উজাগৰে আছে

নিশা এটা উজাগৰে আছে

●পদ্ম মৰাণ বহুত দিন হল ” চাহেব পুৰাৰ বৰষুণ ” উপন্যাস খন মেলি চোৱা নাই , আচলতে জীৱনৰ ব্যস্ততা বোৰৰ পৰাই এনেকুৱা হয় কেতিয়াবা কিছুমান কিতাপৰ কাহিনী বোৰ সম্পূৰ্ণ কৈ পঢ়িব পাৰো আৰু কেতিয়াবা কিছুমান কাহিনী আধা পঢ়া কৈ সামৰি থব লগা হয় , সেইকাৰণে বেয়া পাও মই কিতাপ এখন আধা মেলা কৈ পঢ়িবলৈ , … Read more