নগাঁও জিলাৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান আৰম্ভ

নগাঁও জিলাৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান আৰম্ভ

ডিজিটেল সেৱা: অসম চৰকাৰৰ চৰকাৰী ভূমি আৰু সংৰক্ষিত বনাঞ্চলসমূহক অবৈধ বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰাৰ ধাৰাবাহিক প্ৰচেষ্টাৰ অংশস্বৰূপে ২৯ নৱেম্বৰ তাৰিখে নগাঁও জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু বনবিভাগে জিলাখনৰ কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লুটুমাৰী সংৰক্ষিত বনাঞ্চলখনত বেদখলীকৃত ভূমি বেদখলমুক্ত কৰাৰ বাবে উচ্ছেদ অভিযান আৰম্ভ কৰিছে । অবৈধ বেদখলকৃত উক্ত বনাঞ্চলখনৰ অঞ্চলসমূহক ৫ টা জ’নত বিভক্ত … Read more

জন শিক্ষণ সংস্থাৰ উদ্যোগত নগাঁৱত সংবিধান দিৱস উদযাপন

জন শিক্ষণ সংস্থাৰ উদ্যোগত নগাঁৱত সংবিধান দিৱস উদযাপন

ডিজিটেল সেৱা: ভাৰত চৰকাৰৰ অধীনৰ নগাঁৱৰ ‘জনশিক্ষণ সংস্থানৰ’ উদ্যোগত আৰু ‘ফালাহ গ্ৰুপ অৱ ইনষ্টিটিউট’ৰ সহযোগত বুধবাৰে নগাঁৱত উদযাপন হয় ‘সংবিধান দিৱস’ । দিৱসটিৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় এক বক্তৃতা অনুষ্ঠান । ‘ফালাহ গ্ৰোপ অৱ ইনষ্টিটিউটৰ অধ্যক্ষ’ মোছাৰফ হোছেইন কবিৰৰ সঞ্চালনাত আয়োজিত ‘ভাৰতীয় সংবিধানৰ তাৎপৰ্য আৰু লক্ষ্য’ শীৰ্ষক বক্তৃতা অনুষ্ঠানটিত অৱসৰপ্ৰাপ্ত জিলা ন্যয়ধীশ জালাল … Read more

নগাঁৱত কংগ্ৰেছৰ সংবিধান দিৱসত উপস্থিত কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ

নগাঁৱত কংগ্ৰেছৰ সংবিধান দিৱসত উপস্থিত কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ

ডিজিটেল সেৱা, নগাঁও: নগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত আৰু নগাঁও জিলা কংগ্ৰেছ সেৱা দলৰ সহযোগত বুধবাৰে নগাঁৱত সংবিধান দিৱস অনুষ্ঠিত হয়।এই সংবিধান দিৱসৰ কাৰ্যসূচীত নগাঁও শ্বহীদ ভৱনৰ পৰা সংবিধান বচাওক, দেশ বচাওক শীৰ্ষক এক পদযাত্ৰা উলিওৱা হয়।প্ৰদেশ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈয়ে পদযাত্ৰাত অংশগ্ৰহণ কৰি মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনায়।পিচত নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত অনুষ্ঠিত … Read more

নগাঁও আয়ুক্ত কাৰ্যালয়ৰ সভা-কক্ষত পৰ্যালোচনা সভাত মন্ত্ৰী কৃষ্ণেন্দু পাল

নগাঁও আয়ুক্ত কাৰ্যালয়ৰ সভা-কক্ষত পৰ্যালোচনা সভাত মন্ত্ৰী কৃষ্ণেন্দু পাল

ডিজিটেল সেৱা, নগাঁও : নগাঁও জিলাৰ বিভিন্ন বিভাগ সমূহৰ কাম-কাজৰ পৰ্যালোচনাৰ উদ্দেশ্যেৰে শুকুৰবাৰে নগাঁও জিলাত উপস্থিত হয় অসম চৰকাৰৰ লোকনিৰ্মান, মীন, পশু চিকিৎসা আৰু পশু পালন আদি বিভাগৰ মন্ত্ৰী তথা জিলাখনৰ অভিভাৱক মন্ত্ৰী কৃষ্ণেন্দু পাল । জিলা আয়ুক্ত কাৰ্যালয়ৰ সভা-কক্ষত এই উপলক্ষে আয়োজিত সভাত মন্ত্রী গৰাকীয়ে জিলাখনৰ লোকনিৰ্মান, গ্ৰামোন্নয়ন, শিক্ষা, সমাজ কল্যান আদি বিভাগৰ মুৰব্বী … Read more

ৰহাৰ মীন মহাবিদ্যালয়ত “বিশ্ব মীন দিৱস” উদযাপন

ৰহাৰ মীন মহাবিদ্যালয়ত “বিশ্ব মীন দিৱস” উদযাপন

ডিজিটেল সেৱা, ৰহা: ৰাজ্যিক মীন সঞ্চালকালয় আৰু ৰহা মীন মহাবিদ্যালয়ৰ যৌথ উদ্যোগত আৰু ICAR, CIFRI, AFDC Ltd. আৰু NFDB ৰ সহযোগত ২১ নৱেম্বৰ তাৰিখে ৰহা মীন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত “বিশ্ব মীন দিৱস” ২০২৫ ৰাজ্যিক ভিত্তিত আড়ম্বৰপূৰ্ণ ভাবে অনুষ্ঠিত কৰা হয় । অসমৰ জাতীয় সংগীতেৰে আৰম্ভ হোৱা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত অসম চৰকাৰৰ লোকনিৰ্মান, মীন, পশু চিকিৎসা আৰু … Read more

অত্যাধুনিক ‘নগাঁও পশু চিকিৎসা কেন্দ্ৰ’ মুকলি বিধায়ক ৰূপক শৰ্মাৰ

অত্যাধুনিক ‘নগাঁও পশু চিকিৎসা কেন্দ্ৰ’ মুকলি বিধায়ক ৰূপক শৰ্মাৰ

ডিজিটেল সেৱা, নগাঁও : নগাঁও- বটদ্ৰবা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই শুকুৰবাৰে নগাঁও চহৰৰ লক্ষীনগৰত আনুষ্ঠানিক ভাৱে মুকলি কৰে নগাঁও চহৰৰ প্ৰথমখন অত্যাধুনিক ‘নগাঁও পশু চিকিৎসা কেন্দ্ৰ'( Nagaon Veterinary Clinic)ৰ । নগাঁৱৰ এগৰাকী প্ৰসিদ্ধ পশু ৰোগ বিশেষজ্ঞ (মেডিচিন) ডা° লক্ষী প্ৰসাদ ভৰালী আৰু গীতাৰ্থ বৰাই আৰম্ভ কৰা এই পশু চিকিৎসা কেন্দ্ৰ খনত পশু -পক্ষী সকলো ধৰনৰ … Read more

চামগুৰি বাজিয়াগাওঁ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান সমাৰোহ সম্পন্ন

চামগুৰি বাজিয়াগাওঁ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান সমাৰোহ সম্পন্ন

ডিজিটেল সেৱা, চামগুৰি: নগাঁও জিলাৰ চামগুৰিৰ বাজিয়াগাওঁ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ব্যৱস্থাপনাত মোৱামাৰী হাইস্কুলত বৃস্পতিবাৰে দিনজোৰা কাৰ্য্যসূচীৰে বিজ্ঞান সমাৰোহ অনুষ্ঠিত হয়। আৰ্যভট্ট কেন্দ্ৰৰ সমন্বয়ক গৌতম বৰায়ে আতধৰা সভাখনত সভাপতিত কৰে মোৱামাৰী হাইস্কুলৰ প্ৰধান শিক্ষক বিশ্বজিৎ কুমাৰ চন্দয়ে আৰু মোৱামাৰী হাইস্কুলৰ শিক্ষক আনোৱাৰ হুছেইনে আদৰণি অনুষ্ঠান সম্পন্ন কৰা এই অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰে বাজিয়াগাওঁ শিক্ষা খণ্ডৰ শিক্ষা … Read more

হোজাইত সপ্তম বাৰ্ষিক ‘ছিৰাতুন নবী কাৰ্যসূচী আৰম্ভ

হোজাইত সপ্তম বাৰ্ষিক ‘ছিৰাতুন নবী কাৰ্যসূচী আৰম্ভ

​◆জমিৰ উদ্দিন তালুকদাৰ◆ অসমৰ ৫৪খন স্কুলক সামৰি স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল মা’আৰিফৰ অধীনত পৰিচালিত মৰ্কজ গ্ৰুপ অৱ স্কুলছৰ বাৰ্ষিক অনুষ্ঠান ‘ছিৰাতুন নবী বৃস্পতিবাৰে হোজাইত আৰম্ভ হৈছে৷ মহাপুৰুষ তথা পয়গম্বৰ হজৰত মহম্মদৰ জীৱন আৰু শিক্ষাসমূহৰ পৰা শিক্ষাৰ্থীসকলে যাতে নৈতিক প্ৰমূল্যবোধৰ শিক্ষা লাভ কৰিবলৈ সক্ষম হয় সেই উদ্দেশ্যৰে মৰ্কজুল মা’আৰিফৰ অধীনত পৰিচালিত সকলো স্কুলত পালন কৰা হয় বছৰেকীয়া … Read more

নগাঁও জিলা আয়ুক্তৰ মাছ,পাচলিৰ বজাৰত আকস্মিক পৰিদৰ্শন

নগাঁও জিলা আয়ুক্তৰ মাছ,পাচলিৰ বজাৰত  আকস্মিক পৰিদৰ্শন

ডিজিটেল সেৱা, নগাঁও: নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই বৃস্পতিবাৰে পুৱাই খাদ্য সুৰক্ষা বিষয়া, মীন বিষয়া আৰু খাদ্য সুৰক্ষাৰ ভ্ৰাম্যমান পৰীক্ষাগাৰ বাহন লগত লৈ চহৰখনৰ মৰিকলং স্থিত মাছৰ পাইকাৰী বজাৰ আৰু বৰবজাৰৰ মাছৰ বজাৰত কানপুৰ আৰু অন্ধ্ৰপ্ৰদেশৰ পৰা অহা মাছত ফৰ্মেলিনৰ উপস্থিতি পৰীক্ষা কৰিবলৈ উপস্থিত হয় আৰু তাৰে কিছু সংখ্যক মাছৰ পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰে … Read more

নগাঁৱত নৱনিৰ্মিত বৈদ্যুতিক নিয়ন্ত্ৰণ কক্ষ মুকলি বিধায়ক ৰূপক শর্মাৰ

নগাঁৱত নৱনিৰ্মিত বৈদ্যুতিক নিয়ন্ত্ৰণ কক্ষ মুকলি বিধায়ক ৰূপক শর্মাৰ

ডিজিটেল সেৱা, নগাঁও: নগাঁও চহৰত বিদ্যুৎ যোগানৰ নাটনি দূৰ কৰি বুধবাৰে ১০ হাজাৰ মেগাৱত(2×5Mv) বিদ্যুৎ উৎপন্ন কৰিব কৰা এটি নতুন বৈদুত্যিক নিয়ন্ত্ৰণ কক্ষ মুকলি কৰা হয় ৷ নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ তৎপৰতাত নগাঁৱৰ মধুপুৰ শ্মশান কমিটিৰ সহযোগিতাত মধুপুৰ শ্মশান কমিটিয়ে প্ৰদান কৰা ভূমিত অসম শক্তি বিতৰণ কোম্পানীয়ে নগাঁও চহৰবাসীক নিৰবিচ্ছিন্ন বিদ্যুৎ সেৱা প্ৰদানৰ বাবে … Read more