‘চুপা চুপি খণ্ড ২’ ছবিখন অহা ১২ জুন তাৰিখে চিত্ৰগৃহত মুক্তি পাব

‘চুপা চুপি খণ্ড ২’ ছবিখন অহা ১২ জুন তাৰিখে চিত্ৰগৃহত মুক্তি পাব

ডিজিটেল সেৱা: অহা ১২ জুন তাৰিখে ‘চুপা চুপি খণ্ড ২‘ ছবিখন চিনেমা হলত মুক্তি পাব।যোৱা বুধবাৰে ছবিখনৰ লগত জড়িত অভিনেতা আৰু কলা-কুশলীসকল ঐতিহাসিক শিৱসাগৰৰ শিৱদৌলত উপস্থিত হয় আৰু ছবিখনৰ সফলতা কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।বৰ্তমান ছবিখনৰ সমগ্ৰ কলা-কুশলী দলটো প্ৰচাৰ অভিযানত অতি ব্যস্ত হৈ পৰিছে। ছবিখনৰ কাহিনী লিখাৰ লগতে পৰিচালনা কৰিছে প্ৰণৱ ভৰালীয়ে। আনহাতে … Read more

শুকুৰবাৰে পুৱাই জুবিন ক্ষেত্ৰত উপস্থিত হয় গৰিমা শইকীয়া গাৰ্গ

শুকুৰবাৰে পুৱাই জুবিন ক্ষেত্ৰত উপস্থিত হয় গৰিমা শইকীয়া গাৰ্গ

ডিজিটেল সেৱা: শুকুৰবাৰে পুৱাই জুবিন ক্ষেত্ৰত উপস্থিত হয় গৰিমা শইকীয়া গাৰ্গ । নতুন অসমীয়া ছবি ‘বাৰুদ ২’ৰ দৃশ্যগ্ৰহণৰ বাবে যোৰহাটলৈ যোৱাৰ পথত প্ৰাণপুৰুষ জুবিন গাৰ্গৰ আশীৰ্বাদ লয় গৰিমা শইকীয়া গাৰ্গে। জুবিন ক্ষেত্ৰত থকা অনুৰাগীসকলৰ কণ্ঠত জুবিনৰ কালজয়ী গীত শুনি নিজৰ চকুলো ধৰি ৰাখিব নোৱাৰিলে গৰিমাই । অনুৰাগীৰ মৰম আৰু জুবিনৰ স্মৃতিয়ে তেওঁক আৱেগিক কৰি তোলে … Read more

জুবিন গাৰ্গ হত্যাৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ

জুবিন গাৰ্গ হত্যাৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ

ডিজিটেল সেৱা: জুবিন গাৰ্গ হত্যাৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্ত সন্দৰ্ভত আদালতে গুৰুত্বপূৰ্ণ ৰায়দান কৰে ৷ বৃহস্পতিবাৰে আদালতে শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায়দান কৰে ৷ শর্মিলা ভূঞাৰ আদালতে নাকচ কৰে শ্যামকানু মহন্তৰ জামিন আবেদন । যোৱা ১০ এপ্ৰিলত জামিনৰ বাবে ফাষ্টট্ৰেক আদালতত আবেদন জনাইছিল অভিযুক্ত শ্যামকানু মহন্তই । সেই আবেদনৰ ভিত্তিত আদালতে ২২ আৰু ২৩ এপ্ৰিলত … Read more

ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় বাঁহীবাদক দীপক শৰ্মাৰ

ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় বাঁহীবাদক দীপক শৰ্মাৰ

ডিজিটেল সেৱা: আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাক । সোমবাৰে পুৱা ৬ বাজি ১৫ মিনিটত চেন্নাইৰ এখন হাস্পতালত চিকিৎসাধীন অৱস্থাত ৫৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বাঁহীবাদক শৰ্মাই । যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ চেন্নাইত চিকিৎসাধীন হৈ আছিল বিশিষ্ট বাঁহীবাদকগৰাকী ।মঙলবাৰে পুৱাই চেন্নাইৰ পৰা অসমলৈ অনা হয় শিল্পীগৰাকীৰ নশ্বৰ দেহ । বৰঝাৰৰ পৰা পোনে পোনে … Read more

অবিনশ্বৰৰ মনোৰম নাট্যসন্ধিয়াটোৰ কথা

অবিনশ্বৰৰ মনোৰম নাট্যসন্ধিয়াটোৰ কথা

◆জ্যোতিপ্ৰসাদ বৰা◆ নগাঁৱৰ অবিনশ্বৰ গোষ্ঠী । ১৯৯০ ৰ ১০ অক্টোবৰত প্ৰতিষ্ঠা লাভ কৰা নাট্যচৰ্চাৰ এক অন্যতম প্ৰতিষ্ঠান । যিটো সু-সংগঠিত প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক সভাপতি/সম্পাদক আছিল মুকুতা বৰা আৰু দীপক বৰা । এই অগ্ৰণী অনুষ্ঠানটিয়ে বহু মননশীল নাট নগঞা ৰাইজক উপহাৰ দি আহিছে । শেহতীয়াকৈ আহিনৰ শেষান্তত আন এখন কাব্যিক নাট কলংপৰীয়াসকলৰ সন্মুখত উপস্থাপন কৰিলে তেওঁলোকে । … Read more

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত ‘লাইফ বিহাইণ্ড দ্যা লাইফ’

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ  প্ৰতিযোগিতাত ‘লাইফ বিহাইণ্ড দ্যা লাইফ’

ডিজিটেল সেৱা,গুৱাহাটী: বৃহস্পতিবাৰে মহানগৰীৰ হোটেল গ্ৰেণ্ড মেজেষ্টিত অনুষ্ঠিত এক সংবাদমেলত নতুন অসমীয়া চলচ্চিত্ৰ ‘লাইফ বিহাইণ্ড দ্যা লাইফ’ (জীৱনৰ আঁৰৰ জীৱন)ৰ পোষ্টাৰ মুকলি কৰা হয়৷ বহু অসমীয়া চলচ্চিত্ৰ, ধাৰাবাহিকৰ সম্পাদনা-পৰিচালনাৰ লগতে বহুকেইখন চুটিছবি আৰু মিউজিক ভিডিঅ’ পৰিচালনাৰে পুষ্ট অনুপম কে বৰদলৈয়ে প্ৰথমবাৰৰ বাবে পূৰ্ণদৈৰ্যৰ চলচ্চিত্ৰ পৰিচালনা কৰা তেওঁৰ ছবি ‘লাইফ বিহাইণ্ড দ্যা লাইফ’এ ইতিমধ্যে ‘‘মোক্ষ’ আন্তঃৰাষ্ট্ৰীয় … Read more

মিছ ইউনিভাৰ্ছ ইণ্ডিয়াত জিলিকিল ৰিয়ানা মাছুম ৰিয়াজ

মিছ ইউনিভাৰ্ছ ইণ্ডিয়াত জিলিকিল ৰিয়ানা মাছুম ৰিয়াজ

◆জমিৰ উদ্দিন তালুকদাৰ◆ দেশৰ শ্ৰেষ্ট ফেশ্বন আৰু পেজেণ্ট প্লেটফৰ্মত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অসমৰ ৰিয়ানা মাছুম ৰিয়াজে নিজ ৰাজ্যক গৌৰৱান্বিত কৰি তুলিছে। বিগত দুবছৰ ধৰি গ্লামানন্দ গ্ৰুপৰ অধীনত মিছ ইউনিভাৰ্ছ ইণ্ডিয়া অৰ্গেনাইজেশ্যনে আয়োজন কৰা মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ বেকষ্টেজ আৰু ৱাৰ্ডৰব মেনেজাৰ হিচাপে নিযুক্তি লাভ কৰা ৰিয়ানা মাছুম ৰিয়াজে নিজ ৰাজ্যখনৰ লগতে জন্মস্থান নগাওঁ জিলাৰ ধিঙলৈ … Read more