বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ মৃত্যু

বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ মৃত্যু

ডিজিটেল সেৱা: বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়া আৰু নাই ৷ বাংলাদেশ নেচনেলিষ্ট পাৰ্টীয়ে (বি এন পি) মতে, মঙলবাৰে পুৱা প্ৰায় ৬ বজাত (স্থানীয় সময় অনুসৰি) ঢাকাৰ এখন চিকিৎসালয়ত মৃত্যু হয় খালেদা জিয়াৰ । মৃত্যুৰ সময়ত বিএনপি নেত্ৰী খালেদা জিয়াৰ বয়স আছিল ৮০ বছৰ । বিগত ২৩ নৱেম্বৰত সংকটজনক অৱস্থাত ঢাকাৰ এভাৰকেয়াৰ হাস্পতালত ভৰ্তি … Read more

আমেৰিকাৰ ভিছা নীতি: আদালতত গোচৰ

আমেৰিকাৰ ভিছা নীতি: আদালতত গোচৰ

◆ড৹ শৰৎ বৰকটকী◆ কাহিনীটো ৰাঘবন আৰু পত্নী পদ্মাৰ।ঘৰ তামিলনাডুৰ মাদুৰাইত।ৰাঘবনৰ বিয়াৰ পিছতে তথ্য প্ৰযুক্তিৰ বহুজাতিক কোম্পানীৰ চাকৰিৰ সূত্ৰে আমেৰিকালৈ যাব লগা হৈছিল।এইবাৰ পত্নী পদ্মাক নিবলৈ ভাৰতলৈ আহিছিল। এয়াৰপৰ্টত নমাৰ সময়তে আমেৰিকাৰ কোম্পানীৰ পৰা ফোন আহিল, তৎক্ষণাৎ উভতি যাব লাগে কাৰণ আমেৰিকাত নতুন ভিছা নীতি ঘোষণা হৈছে। ৰাঘবন এয়াৰপৰ্টৰ পৰাই আকৌ আমেৰিকালৈ উভতি গল। পত্নীক আৰু … Read more

‘Gen Z’ গ্ৰুপে গঠন কৰিব নতুন ৰাজনৈতিক দল:২৬ত নেপালত নিৰ্বাচন

‘Gen Z’ গ্ৰুপে গঠন কৰিব নতুন ৰাজনৈতিক দল:২৬ত নেপালত নিৰ্বাচন

ডিজিটেল সেৱা:২০২৬ চনৰ ৫ মাৰ্চত নেপালত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব । ‘Gen Z’গ্ৰুপে এটা ৰাজনৈতিক দল গঠন কৰাৰ কথা ঘোষণা কৰে ।কিন্তু অহা বছৰ দলটোৱে সাধাৰণ নিৰ্বাচনত অংশগ্ৰহণ কৰিব নে নাই সেয়া তৃণমূল পৰ্যায়ৰ চৰ্ত পূৰণৰ ওপৰত নিৰ্ভৰ কৰিব । উল্লেখ্য যে ‘Gen Z’ৰ নেতৃত্বত যোৱা মাহত নেপালত বৃহৎ প্ৰতিবাদ হৈছিল । দুৰ্নীতি আৰু ছ’চিয়েল … Read more

পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ সন্মুখতেই নৰেন্দ্ৰ মোদীক প্ৰশংসা ড’নাল্ড ট্ৰাম্পৰ

পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ সন্মুখতেই নৰেন্দ্ৰ মোদীক প্ৰশংসা ড’নাল্ড ট্ৰাম্পৰ

ডিজিটেল সেৱা: ভাৰতৰ বিৰুদ্ধে ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ পিছত দুয়োখন দেশৰ সম্পৰ্ক অৱনমিত হোৱাৰ সময়তেই আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সোমবাৰে ভাৰত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম নোলোৱাকৈ প্ৰশংসা কৰিলে ।ইজৰাইল-হামাছ যুদ্ধৰ অন্ত পেলোৱা গাজাত যুদ্ধবিৰতিৰ পিছত অনুষ্ঠিত হৈছে বিশ্ব নেতাসকলৰ শান্তি সন্মিলন । এই সন্মিলতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰ প্ৰশংসা কৰিলে ভাৰতক ।ট্ৰাম্পে কয়, “ভাৰত … Read more

ভাৰতৰ সৈতে আমেৰিকাই বন্ধুত্বপূৰ্ণ সম্পৰ্ক অব্যাহত ৰখাৰ ইংগিত

ভাৰতৰ সৈতে আমেৰিকাই বন্ধুত্বপূৰ্ণ সম্পৰ্ক অব্যাহত ৰখাৰ ইংগিত

ডিজিটেল সেৱা:আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ অতিৰিক্ত শুল্ক আৰোপৰ পিছতে ভাৰত আৰু আমেৰিকাৰ বাণিজ্যিক সম্পৰ্কৰ কিছু অৱনতি হোৱা দেখা গৈছিল । শেহতীয়াকৈ ভাৰতৰ সৈতে আমেৰিকাই বন্ধুত্বপূৰ্ণ সম্পৰ্ক অব্যাহত ৰখাৰ ইংগিত দিছে ট্ৰাম্পে । তাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ট্ৰাম্পৰ সুৰতে সুৰ মিলোৱা দেখা গ’ল । ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত মুঠ ৫০ শতাংশ … Read more

ভাৰত-ৰাছিয়া আৰু চীনৰ ঐক্যবদ্ধতাত উদ্বেগ প্ৰকাশ আমেৰিকাৰ

ভাৰত-ৰাছিয়া আৰু চীনৰ ঐক্যবদ্ধতাত উদ্বেগ প্ৰকাশ আমেৰিকাৰ

‌ডিজিটেল সেৱা: চীনত অনুষ্ঠিত হোৱা SCO সন্মিলনত ভাৰত, ৰাছিয়া আৰু চীনৰ মাজত ঘনিষ্ঠতা বৃদ্ধি হোৱা লগে লগে আলোড়ণৰ সৃষ্টি কৰিছে বিশ্ব ৰাজনীতিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চীন ভ্ৰমণৰ সময়ত তেওঁক ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনা ৰাষ্ট্ৰপতি চি জিনপিঙৰ সৈতে বিশেষ কথা-বতৰাত লিপ্ত হোৱা দেখা গৈছে। এই তিনিখন দেশৰ এই ঘনিষ্ঠতাই এতিয়া আমেৰিকাৰ বাবে উদ্বেগৰ কাৰণ … Read more

মোদী আৰু জিনপিঙৰ বন্ধুত্বই কিদৰে উপকৃত হ’ব ভাৰত

মোদী আৰু জিনপিঙৰ বন্ধুত্বই কিদৰে উপকৃত হ’ব ভাৰত

ডিজিটেল সেৱা: দেওবাৰে চীনৰ টিয়ানজিনত অনুষ্ঠিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বী জিনপিঙৰ বৈঠক। চাংহাই Shanghai Cooperation Organisationৰ শীৰ্ষ সন্মিলনৰ বাবে চীনত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীয়ে জিনপিঙৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হৈ ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্কক এক নতুন উচ্চতালৈ লৈ যায়। দুয়োগৰাকী নেতাৰ এই বৈঠক সন্দৰ্ভত এতিয়া চীনৰ বৈদেশিক মন্ত্ৰণালয়ে এক আনুষ্ঠানিক … Read more

কেৱল যুদ্ধবিৰতিয়েই যথেষ্ট নহয়, শান্তি চুক্তিৰ প্ৰয়োজন

কেৱল যুদ্ধবিৰতিয়েই যথেষ্ট নহয়, শান্তি চুক্তিৰ প্ৰয়োজন

অদিতি ডেস্ক: শীৰ্ষ সন্মিলনৰ পূৰ্বে ট্ৰাম্পে স্পষ্টভাৱে সকীয়াই দিছিল যে যদি ভ্লাদিমিৰ পুটিনে যুদ্ধবিৰতিৰ বাবে সন্মতি নিদিয়ে তেন্তে ৰাছিয়াই ‘গুৰুতৰ পৰিণতি’ৰ সন্মুখীন হ’ব লাগিব আলাস্কা শীৰ্ষ সন্মিলনৰ পাছত হঠাতে সলনি হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ স্থিতি। শীৰ্ষ সন্মিলনৰ পূৰ্বে তেওঁ স্পষ্টভাৱে সকীয়াই দিছিল যে যদি ভ্লাদিমিৰ পুটিনে যুদ্ধবিৰতিৰ বাবে সন্মতি নিদিয়ে তেন্তে ৰাছিয়াই ‘গুৰুতৰ পৰিণতি’ৰ … Read more

ভ্লাদিমিৰ পুটিনক পুনৰ সকীয়াই দিলে ড’নাল্ড ট্ৰাম্পে

ভ্লাদিমিৰ পুটিনক পুনৰ সকীয়াই দিলে ড’নাল্ড ট্ৰাম্পে

অদিতি সেৱা:আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক পুনৰ সকীয়াই দিলে । ট্ৰাম্পে কয় যে যদিহে ৰাছিয়াই ১৫ আগষ্টত আলাস্কাত অনুষ্ঠিত হ’বলগীয়া বৈঠকৰ পিছত ইউক্ৰেইনৰ সৈতে যুদ্ধ বন্ধ কৰিবলৈ সন্মত নহয় তেন্তে ইয়াৰ ‘অতি ভয়াৱহ পৰিণতি’ হ’ব ।বুধবাৰে কেনেডি চেণ্টাৰত এগৰাকী সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি ট্ৰাম্পে কয়, “হয় । ইয়াৰ পৰিণতি ভোগ কৰিব লাগিব … Read more

যধে-মধে খুলিব নোৱাৰিব ইউটিউব চেনেল

যধে-মধে খুলিব নোৱাৰিব ইউটিউব চেনেল

অদিতি সেৱা: সামাজিক মাধ্যমৰ অপব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ হৈছে অষ্ট্ৰেলিয়া চৰকাৰ।এতিয়াৰে পৰা ইউটিউব চেনেল খোলোতে অৱলম্বন কৰিব লাগিব সাৱধানতা । যধে-মধে খুলিব নোৱাৰিব ইউটিউব চেনেল। অষ্ট্ৰেলিয়া চৰকাৰৰ সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অনিকা ৱেলছে সদৰী কৰে যে, এতিয়াৰে পৰা দেশখনৰ ১৬ বছৰৰ তলৰ বসয়ৰ কিশোৰ- কিশোৰীয়ে খুলিব নোৱাৰিব ইউটিউব একাউণ্ট। অৱশ্যে তেওঁলোকে ইউটিউব ব্যৱহাৰ কৰিব পাৰিব।এইখিনিতে এটা কথা … Read more