নগাঁও প্ৰিণ্ট মিডিয়া এছ’চিয়েশ্বনৰ উদ্যোগত সাংবাদিক শিৱ প্ৰসাদ বৰা সোঁৱৰণী বঁটা প্ৰদান

নগাঁও প্ৰিণ্ট মিডিয়া এছ’চিয়েশ্বনৰ উদ্যোগত সাংবাদিক শিৱ প্ৰসাদ বৰা সোঁৱৰণী বঁটা প্ৰদান

অদিতি সেৱা, নগাঁও: মানৱ সভ্যতা জীয়াই থকালৈকে মানুহে কিতাপ পঢ়িব। সেয়ে ছপা মাধ্যমৰ গুৰুত্ব আজিও আছে। ছপা মাধ্যমে মানুহৰ মনোযোগ বৃদ্ধি কৰে , স্মৃতি শক্তি বৃদ্ধি কৰে আৰু আত্মবিশ্বাস গঢ়ি তোলে। এই মন্তব্য নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: হিতেশ ডেকাৰ। নগাঁও প্ৰিণ্ট মিডিয়া এছ’চিয়েশ্বনৰ উদ্যোগত নগাঁও প্ৰেছ ক্লাৱৰ সভাগৃহত প্ৰয়াত সাংবাদিক শিৱপ্ৰসাদ বৰাৰ সোঁৱৰণত অনুষ্ঠিত কৰা … Read more