“সুৰক্ষিত শৈশৱ, সোণালী অসম” শীৰ্ষক ৯০ দিনীয়া প্ৰচাৰ আৰু সজাগতা

“সুৰক্ষিত শৈশৱ, সোণালী অসম” শীৰ্ষক ৯০ দিনীয়া প্ৰচাৰ আৰু সজাগতা

ডিজিটেল সেৱা: নগাঁও জিলা শিশু সুৰক্ষা গোট আৰু জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ সহযোগত “সুৰক্ষিত শৈশৱ, সোণালী অসম” শীৰ্ষক ৯০ দিনীয়া প্ৰচাৰ আৰু সজাগতা অভিযানৰ আৰম্ভণিমূলক কাৰ্যসূচী আজি অনুষ্ঠিত হয় নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত। শিশুৰ শৈশৱ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত বাল্যবিবাহ প্ৰতিৰোধ, শিশু শ্ৰম প্ৰতিৰোধ আৰু যৌন নিৰ্যাতনৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত … Read more

নগাঁৱৰ নেহৰুৱালিত ৫ দিনীয়াকৈ জিলা উদ্যম সমাগমৰ আয়োজন

নগাঁৱৰ নেহৰুৱালিত ৫ দিনীয়াকৈ জিলা উদ্যম সমাগমৰ আয়োজন

ডিজিটেল সেৱা, নগাঁও: সমগ্র দেশৰ এম.এচ.এম.ই খণ্ডৰ কাৰ্যকুশলতা ও গতিশীলতা বৃদ্ধি আৰু স্থানীয় উদ্যোগী সকলৰ উদ্যমীয়তাক শক্তিশালী আৰু উৎসাহ প্ৰদানৰ লক্ষ্যৰে অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগম লিমিটেড আৰু জিলা উদ্যোগ ও বাণিজ্য কেন্দ্ৰ, নগাঁৱৰ যৌথ সহযোগত ভাৰত চৰকাৰৰ এম.এচ.এম.ই মন্ত্ৰালয়ৰ Raising and Accelerating MSME Performance (RAMP) আঁচনিৰ অধীনত যুৱ আৰু মহিলা উদ্যোগী সকলৰ বাবে এটি … Read more