আব্দুল আজিজক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায় আছাদুদ্দিন ওৱেইছিয়ে
ডিজিটেল সেৱা: চামগুৰি আৰু ৰূপহীহাট বিধান সভা সমষ্টিৰ নিৰ্বাচনী সভাত অংশ ল’লে অল ইণ্ডিয়া মজলিছ-ই-ইত্তেহাদুল মুছলিমীন দলৰ মুৰব্বী তথা হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছিয়ে ৷বদৰুদ্দিন আজমল নেতৃত্বাধীন অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট চমুকৈ এ আই ইউ ডি এফৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই নেতাগৰাকীয়ে ৷ চামগুৰি সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী আব্দুল আজিজ আৰু … Read more