বিধানসভা নিৰ্বাচনৰ নিৰাপত্তা বিষয়ক লৈ তৎপৰ নগাঁও জিলা প্ৰশাসন
ডিজিটেল সেৱা: চলিত বিধানসভা নিৰ্বাচনৰ নিৰাপত্তা বিষয়ক লৈ অতি তৎপৰ হৈ পৰিছে নগাঁও জিলা প্ৰশাসন। নিৰাপত্তাৰক্ষী বাহিনী সমূহকলৈ ইখনৰ পিছত সিখনকৈ বৈঠক আৰু পদ-যাত্ৰা কৰি জিলাখনত শান্তি শৃংখলা বজাই ৰখাৰ আপ্ৰাণ প্ৰচেষ্টা চলাইছে জিলা প্ৰশাসনে। তাৰেই অংশ হিচাপে সোমবাৰে আবেলি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত … Read more