জিলা আয়ুক্তই গামোচা পিন্ধাই বিদায় দিলে ভোটগ্ৰহণকাৰী বিষয়া-কৰ্মচাৰীক
ডিজিটেল সেৱা: কাইলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে আজি নগাওঁ জিলাৰ সাতটা বিধানসভা সমষ্টিৰ ১৮৬৮ টা ভোটগ্ৰহণ কেন্দ্ৰত দিনৰ ভাগতে সকলো পোলিং আৰু প্ৰিজাইডিং বিষয়াৰ দল গৈ সুকলমে উপস্থিত হৈছে। সকলো কেন্দ্ৰতে পৰ্যাপ্ত চিচিটিভি কেমেৰাৰ ব্যৱস্থা কৰা হৈছে। বুধবাৰে পুৱা ৬ বজাতে বিষয়া -কৰ্মচাৰীসকল ভোটিং মেচিন, ভিভিপেট আদি যাবতীয় সামগ্ৰী সংগ্ৰহৰ বাবে নিজ নিজ … Read more