আজমল মৰ্ডাণ ৰেচিডেন্সিয়েল স্কুলৰ ৯৫.৬৫ শতাংশ উত্তীৰ্ণ
ডিজিটেল সেৱা: সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত প্ৰতিখন বিদ্যালয়ে আশানুৰূপ ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ ডবকাৰ ভেলৌগুৰিৰ আজমল মৰ্ডাণ ৰেচিডেন্সিয়েল স্কুলৰ পৰা ৯৫.৬৫ শতাংশ উত্তীৰ্ণৰে ঐতিহাসিক ফলাফল প্ৰদৰ্শন কৰে। পিতৃহাৰা ৪৬ গৰাকী মেধাৱী শিক্ষাৰ্থীৰ সপোন বাস্তৱায়িত কৰিলে আজমল ফাউণ্ডেচনে। আজমল মৰ্ডাণ ৰেচিডেন্সিয়েল স্কুলৰ পৰা আশ্বিয়াম আহমেদে ৯৫.১৭ শতাংশৰে হোজাই জিলাত … Read more