ঘগ্রাপাৰত ‘জেষ্ঠজনৰ আশীর্বাদ বিছাৰি’ বিহুৱান প্রদান যুৱ-ছাত্র পৰিষদৰ
ডিজিটেল সেৱা: ঘগ্ৰাপাৰ: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ উদ্যোগত অইন বেলিৰ দৰে এইবেলিও পহিলা বহাগৰ দিনা “জ্যেষ্ঠজনৰ আশীষ বিছাৰি” শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বৃহত্তৰ ঘগ্ৰাপাৰৰ প্রায় ১০ গৰাকী সমাজত বিভিন্ন ক্ষেত্রত অৰিহনা আগবঢ়োৱা জেষ্ঠলোকক বিহুৱান যাঁচি আশীর্বাদ গ্রহণ কৰে ঘগ্ৰাপাৰ আঞ্চলিক সমিতিয়ে।লগতে জেষ্ঠজনৰ ঘৰলৈ লৈ তেওঁলোকৰ পদূলিত বিহু গীত মাতেৰে সম্ভাষণ জ্ঞাপন … Read more