‘মেট্ৰিক ফেইল’ বিদ্যালয়ৰ প্ৰধানৰ সৈতে নগাঁও জিলা আয়ুক্তৰ সভা
ডিজিটেল সেৱা: যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত নগাঁও জিলাৰ যিসমূহ বিদ্যালয়ৰ ৩০ শতাংশতকৈ কম ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে সেই বিদ্যালয়সমূহৰ মুৰব্বীসকলৰ সৈতে বৃস্পতিবাৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এখন পৰ্যালোচনা সভাত অংশ গ্ৰহণ কৰে। জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাখনত তেনে ৩৯ খন বিদ্যালয়ৰ আটাইকেখনৰে অধ্যক্ষ বা প্ৰধান শিক্ষকসকল উপস্থিত থাকে। জিলা আয়ুক্তগৰাকীয়ে এই বিদ্যালয়সমূহৰ যোৱা তিনি বছৰৰ ফলাফলৰ … Read more