ধিং এফআৰইউত প্ৰতিবন্ধীৰ বাবে বিশেষ শৌচাগাৰ মুকলি কৰে জিলা আয়ুক্তই
ডিজিটেল সেৱা: নগাঁও জিলাৰ ধিং অঞ্চলৰ জনসাধাৰণক উন্নত চিকিৎসা সেৱা প্ৰদানৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰি অহা ধিং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ তথা এফ.আৰ.ইউ চিকিৎসালয়ত শাৰীৰিকভাবে বাধাগ্ৰস্ত লোকসকলৰ সুবিধাৰ্থে নিৰ্মাণ কৰা এটি বিশেষ ৰাজহুৱা শৌচাগাৰ আজি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই উপলক্ষে দিয়া ভাষণত তেওঁ কয় যে, এই ব্যৱস্থাই চিকিৎসালয়লৈ অহা বিশেষভাৱে … Read more