নগাঁও চহৰৰ উদ্যান সমূহত নগাঁও পৌৰসভাৰ প্ৰৱেশ মাছুল নিৰ্ধাৰণ
ডিজিটেল সেৱা: নগাঁও পৌৰসভাৰ দ্বাৰা মুকলি কৰা চহৰৰ উদ্যান সমূহত প্ৰৱেশৰ বাবে এতিয়াৰে নাগৰিকে মাছুল দিব লাগিব। পৌৰসভাৰ তৰফৰ পৰা শনিবাৰে প্ৰকাশিত এখন জাননীত কোৱা হৈছে যে, অহা ৩ মে’ ২০২৬ অৰ্থাৎ কাইলৈৰ পৰা জুবিন পাৰ্কত ১০ টকা আৰু শ্ৰদ্ধাঞ্জলি উদ্যানত ২০ টকা প্ৰৱেশ মাছুল ধাৰ্য কৰা হৈছে। নিয়মিত দৰ্শনাৰ্থীৰ বাবে ৩০০ টকাৰ মাহিলী পাছ … Read more