নগাঁও জিলা আয়ুক্ত‌ দেৱাশীষ শৰ্মাই উন্মোচন কৰিলে ‘কুঁহিপাত প্ৰকল্প’

নগাঁও জিলা আয়ুক্ত‌ দেৱাশীষ শৰ্মাই উন্মোচন কৰিলে ‘কুঁহিপাত প্ৰকল্প’

ডিজিটেল সেৱা: আমাৰ শৈশৱৰ সেই আৱেগভৰা ‘কুঁহিপাঠ’ নামৰ কিতাপখনৰ অৰ্থপূৰ্ণ আৰু সোণসেৰীয়া কবিতাবোৰ আজিৰ পাঠ্যক্ৰমৰ পৰা প্ৰায় আঁতৰি গৈছে। যাৰ ফলত নতুন প্ৰজন্মই সেই সুৱদী ভাষা আৰু সুবাস থকা পদ্যসমূহৰ সোৱাদৰ পৰা বঞ্চিত হৈছে। বৰ্তমানৰ শিশুসকল যিহেতু জন্মৰ পৰাই ডিজিটেল মাধ্যম আৰু এনিমেচনৰ প্ৰতি অধিক আসক্ত, সেই সত্যক শিৰোধাৰ্য কৰি নগাঁও জিলাত শিক্ষা বিভাগে এক … Read more