মৰিকলঙ ডকাইতি কাণ্ডৰ তিনি ডকাইত গ্ৰেপ্তাৰ: চিকিৎসকৰ পত্নীৰ মৃত্যু

মৰিকলঙ ডকাইতি কাণ্ডৰ তিনি ডকাইত গ্ৰেপ্তাৰ: চিকিৎসকৰ পত্নীৰ মৃত্যু

ডিজিটেল সেৱা, নগাঁও : যোৱা ২৪ এপ্ৰিলৰ পুৱতি নিশা নগাঁও চহৰৰ মৰিকলঙত সংঘটিত হৈছিল চাঞ্চল্যকৰ ডকাইতিকাণ্ড । পাঁচজনীয়া এটা কুখ্যাত ডকাইতৰ দলে নগাঁৱৰ মৰিকলঙৰ চিকিৎসক ৰঞ্জিত শইকীয়াৰ বাসগৃহত প্ৰৱেশ কৰি চিকিৎসক দম্পতীক আক্ৰমণ কৰি লুটপাত চলাইছিল । চোকা অস্ত্ৰৰে চিকিৎসক দম্পতীক নিৰ্মমভাৱে আক্ৰমণ কৰি নগদ ধন সোণ লুটি নিছিল ।অসম আৰক্ষীৰ মধ্য অসমৰ মহা পৰিদৰ্শক … Read more