নগাঁও চহৰত বহু বাহনৰ চকাত লাগিল অবৈধ পাৰ্কিংৰ তলা 

নগাঁও চহৰত বহু বাহনৰ চকাত লাগিল অবৈধ পাৰ্কিংৰ তলা 

ডিজিটেল সেৱা, নগাঁও  নগাঁও চহৰৰ যান-জঁটৰ সমস্যা তথা ৰাষ্ট্ৰীয় ঘাই পথতো যধে-মধে আৰু অবৈধভাৱে যান-বাহন পাৰ্কিং কৰাৰ ফলত সৃষ্টি হোৱা সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ নগাঁও জিলা প্ৰশাসনে এতিয়াৰে পৰা তেনে গাড়ীৰ চকাত তলা লগোৱাৰ ব্যৱস্থা কৰিছে। জনসাধাৰণৰ যাতায়তৰ ব্যাঘাত দূৰ কৰাৰ উদ্দেশ্যে জিলা আয়ুক্ত বিশেষ নিৰ্দেশ মৰ্মে আজিৰে পৰা  চহৰখনত এই বিশেষ পদক্ষেপ হাতত লোৱা … Read more