জনকল্যান শিবিৰত ৰাইজক অংশগ্ৰহণ কৰিবলৈ নগাঁও জিলা আয়ুক্তৰ আহ্বান

জনকল্যান শিবিৰত ৰাইজক অংশগ্ৰহণ কৰিবলৈ নগাঁও জিলা আয়ুক্তৰ আহ্বান

ডিজিটেল সেৱা: নগাঁও জিলাত কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া জনকল্যান শিবিৰ কেবল মাত্ৰ এক নিয়ম-মাফিক কৰিবলগীয়া হোৱা চৰকাৰী কাৰ্যসূচী হিচাপে নলৈ বিষয়াসকলক আন্তৰিকতাৰে জনসেৱাৰ সুযোগ হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। জনকল্যান শিবিৰক লৈ আয়োজিত এখন প্ৰস্তুতিমূলক সভাত হোৱা পৰ্যালোচনাৰ অন্তত তেওঁ এই আহ্বান জনাই কয় যে, এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি কিবা এটা … Read more

সদৌ অসম বাতৰি কাকত সন্থাৰ প্রতিনিধি দলে মুখ্যমন্ত্ৰী শৰ্মাক সাক্ষাৎ

সদৌ অসম বাতৰি কাকত সন্থাৰ প্রতিনিধি দলে মুখ্যমন্ত্ৰী শৰ্মাক সাক্ষাৎ

ডিজিটেল সেৱা, দিছপুৰ: আজি দিছপুৰ লোকসেৱা ভৱনত সদৌ অসম বাতৰি কাকত সন্থাৰ এটা প্রতিনিধি দলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। প্রতিনিধি দলটোৰ নেতৃত্ব দিয়ে সন্থাৰ সভাপতি ৰাকেশ শৰ্মা আৰু সম্পাদক শংকৰ গোহাঁইৰ লগতে অনিল বৰ্মণে । প্রতিনিধি দলে অসমৰ মুখ্যমন্ত্রী হিচাপে দ্বিতীয়বাৰ কাৰ্যভাৰ গ্রহণ কৰাৰ বাবে মুখ্যমন্ত্রীলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে। … Read more

নীট পৰীক্ষাৰ সুৰক্ষা ব্যৱস্থাকলৈ তৎপৰ নগাঁও জিলা প্ৰশাসন

নীট পৰীক্ষাৰ সুৰক্ষা ব্যৱস্থাকলৈ তৎপৰ নগাঁও জিলা প্ৰশাসন

ডিজিটেল সেৱা, নগাঁও: আন্তৰ্জাতিক যোগ দিৱসৰ দিনটোতে অহা দেওবাৰ ২১ জুনত দেশৰ অন্যান্য অংশৰ লগতে নগাঁও জিলাতো অনুষ্ঠিত হ’বলগীয়া নীট, অৰ্থাৎ ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা (স্নাতক স্তৰ) ২০২৬ সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ব্যাপক তৎপৰতা আৰম্ভ কৰিছে। কালি তেওঁ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাস, অতিৰিক্ত আয়ুক্ত গোপাল শৰ্মা আৰু অতিৰিক্ত … Read more