নগাঁৱত ৰাজ্যিক শিশু সুৰক্ষা আয়োগৰ উদ্যোগত কৰ্মশালা

নগাঁৱত ৰাজ্যিক শিশু সুৰক্ষা আয়োগৰ উদ্যোগত কৰ্মশালা

ডিজিটেল সেৱা: অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগ আৰু স্বেচ্ছাসেৱী সংগঠন ‘কোশী লোক মঞ্চ’ৰ যৌথ উদ্যোগত কালি নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ কৰ্মশালা অনুষ্ঠিত হয়। শিশু সুৰক্ষা সম্পৰ্কীয় জিলা পৰ্যায়ৰ এই কৰ্মশালাত অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষ ড° শ্যামল প্ৰসাদ শইকীয়া আৰু জিলা আয়ুক্ত দেৱাশীষ শৰ্মাও উপস্থিত থাকে।এই কৰ্মশালাত জিলাখনত শিশুৰ … Read more

নগাঁৱত পথ সুৰক্ষা সজাগতা সমদলত বাইক চলালে জিলা আয়ুক্তই

নগাঁৱত পথ সুৰক্ষা সজাগতা সমদলত  বাইক চলালে জিলা আয়ুক্তই

ডিজিটেল সেৱা: পথ সুৰক্ষাৰ সজাগতাৰ উদ্দেশ্যে আজি নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও চহৰৰ পৰা বৰদোৱা লৈকে এটি বাইক ৰেলী উলিওৱা হয়। এই সমদলৰ নেতৃত্ব লয় জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে। এই প্ৰসঙ্গত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত জিলা আয়ুক্তগৰাকীয়ে কয় যে, যোৱা মাহত নগাঁও জিলাত সংঘটিত ৩৫ টা মটৰ দুৰ্ঘটনাত … Read more