শিৱসাগৰ জিলাত ১১ জনী গো-ধনসহ বলেৰ’ পিকআপ বাহন জব্দ, চালক আটক

শিৱসাগৰ জিলাত ১১ জনী গো-ধনসহ বলেৰ’ পিকআপ বাহন জব্দ, চালক আটক

ডিজিটেল সেৱা,গেলেকী: উজনি অসমত চলাই থকা গৰুৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ নামতি আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। বৃস্পতিবাৰে পুৱতি নিশা নামতি আৰক্ষীয়ে চলোৱা এক বিশেষ অভিযানত ১১ জনী গো-ধনসহ এখন বলেৰ’ পিকআপ বাহন জব্দ কৰাৰ লগতে ইয়াৰ চালকজনককো আটক কৰে। জব্দ কৰা বাহনখনৰ পঞ্জীয়ন নম্বৰ AS-04-CC-0165 বুলি জানিব পৰা গৈছে।​এক গোপন … Read more