হোজাই জিলাৰ ডবকাত বন বিভাগৰ অভিযানত বৃহৎ পৰিমাণৰ কাঠ জব্দ

হোজাই জিলাৰ ডবকাত বন বিভাগৰ অভিযানত বৃহৎ পৰিমাণৰ কাঠ জব্দ

◆জমিৰউদ্দিন তালুকদাৰ◆ বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কঠোৰ নিৰ্দেশৰ পিছত বন ধ্বংসকাৰী আৰু অবৈধ বনজ সম্পদ মজুতকাৰীৰ বিৰুদ্ধে ৰাজ্যজুৰি বন বিভাগৰ অভিযান অব্যাহত আছে৷ হোজাই বন বিভাগেও কঠোৰ কৰিছে তদন্ত অভিযান৷ এই অভিযানত একাংশ চোৰাং ব্যৱসায়ীৰ নিদ্ৰাহৰণ হৈছে৷ আজি দক্ষিণ নগাওঁ বন সংমণ্ডল প্ৰাধিকাৰীৰ অন্তৰ্গত যমুনা উপত্যকা বনাঞ্চলিক বিষয়া দীপক মহন্তৰ নেতৃত্বত বন বিভাগৰ এটা দলে … Read more