ৰূপহীহাট-চামগুৰিত মহিলা উদ‍্যমিতাৰ চেক বিতৰণ মন্ত্ৰী পীযুষ হাজৰিকাৰ

ৰূপহীহাট-চামগুৰিত মহিলা উদ‍্যমিতাৰ চেক বিতৰণ মন্ত্ৰী পীযুষ হাজৰিকাৰ

ডিজিটেল সেৱা: কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি নগাঁও জিলাৰ ৰূপহীহাট আৰু চামগুৰি বিধানসভা সমষ্টিত অনুষ্ঠিত দুখন বৃহৎ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত ক্ৰমে ১৯,৮৪০ আৰু ২৫,৬৫৮ গৰাকী মহিলা হিতাধিকাৰীৰ মাজত ১০,০০০ টকাৰ চেক আনুষ্ঠানিকভাৱে বিতৰণ কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড° … Read more

চামগুৰিত উদ‍্যমিতা অভিযানৰ চেক বিতৰণ মন্ত্ৰী পীযুষ হাজৰিকাৰ

চামগুৰিত উদ‍্যমিতা অভিযানৰ চেক বিতৰণ মন্ত্ৰী পীযুষ হাজৰিকাৰ

ডিজিটেল সেৱা, চামগুৰি:- অসম প্ৰতিগৰাকী মহিলা জাগ্ৰত৷ সকলো মহিলাই নিজৰ স্বামীক সহায় কৰিব বিচাৰে৷ গতিকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ প্ৰতিগৰাকী মহিলাক স্বাবলম্বী কৰিবলৈ “ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আচঁনিৰ জৰিয়তে মহিলা সকলক সহায় কৰিবলৈ চেষ্টা কৰা হৈছে৷ মুখ‍্যমন্ত্ৰী মহিলা উদ‍্যমিতা অভিযান, নিযুত মইনা আৰু অৰুণোদয় আঁচনিয়ে আৰ্থিক সুৰক্ষা আৰু অৰ্থনৈতিক সৱলীকৰণৰ জৰিয়তে মহিলাসকলৰ মৰ্যদাপূৰ্ণ … Read more