ইউনিটেৰিয়ান জাতীয় বিদ্যালয়ত শিক্ষাৰ্থীৰ প্ৰেৰণাদায়ক অনুষ্ঠান

ইউনিটেৰিয়ান জাতীয় বিদ্যালয়ত শিক্ষাৰ্থীৰ  প্ৰেৰণাদায়ক অনুষ্ঠান

ডিজিটেল সেৱা, ৰূপহীহাট: নগাঁৱৰ উদমাৰি চৌহদত অৱস্থিত ইউনিটেৰিয়ান জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ সৌজন্যত আজি বিদ্যালয় প্ৰাংগণত ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক বিকাশ আৰু ভৱিষ্যত গঢ়াৰ উদ্দেশ্যে এক বিশেষ প্ৰেৰণাদায়ক অনুষ্ঠান সফলতাৰে সম্পন্ন হয়। বিদ্যালয়খনৰ অন্তিম বৰ্ষৰ শিক্ষাৰ্থীসকলৰ লগতে সমূহ ছাত্ৰ-ছাত্ৰীৰ বাবে আয়োজন কৰা এই বিশেষ কাৰ্যসূচীত মুখ্য অতিথি তথা মুখ্য বক্তা হিচাপে উপস্থিত থাকে নগাঁও জিলাৰ জিলা … Read more

১৫০ ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়ত তলা, লোকপিয়লৰ দায়িত্বত দুজন

১৫০ ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়ত তলা, লোকপিয়লৰ দায়িত্বত দুজন

◆জমিৰ উদ্দিন তালুকদাৰ, ডবকা◆ হোজাই জিলাৰ লংকা শিক্ষা খণ্ডৰ অধীনস্থ নূৰ নগৰ প্ৰাথমিক বিদ্যালয়ত আজি সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতিৰ। প্ৰায় ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়খনত মুঠ তিনিগৰাকী শিক্ষক থাকিলেও শৈক্ষিক পৰিৱেশ ব্যাহত হৈ পৰিছে শিক্ষকৰ সংকটত। অভিযোগ অনুসৰি, বিদ্যালয়খনৰ শিক্ষক গিয়াছ উদ্দিনে বছৰ বছৰ ধৰি নিয়মীয়াকৈ বিদ্যালয়ত উপস্থিত নাথাকে। তেওঁ মৌলানা বদৰুদ্দিন আজমলৰ ব্যক্তিগত খণ্ডৰ … Read more