মেঘালয়ৰ পৰা ডিমা হাচাও হৈ অসমত চোৰাং কয়লাৰ বৃহৎ চিণ্ডিকেট
◆জমিৰ উদ্দিন তালুকদাৰ◆ মেঘালয়ৰ পৰা ডিমা হাচাওঁ হৈ অসমলৈ অবৈধভাৱে কয়লা সৰবৰাহ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত যোগান ধৰি অহা এটা বৃহৎ চোৰাং কয়লা চিণ্ডিকেটৰ তথ্য পোহৰলৈ আহিছে। ডবকা আৰক্ষীয়ে চোৰাং কয়লা কঢ়িয়াই নিয়া এখন ট্ৰাক জব্দ কৰাৰ পিছতে আৰক্ষীৰ তদন্তত এই সন্দেহজনক নেটৱৰ্কৰ এটাৰ পিছত এটা তথ্য উন্মোচিত হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, মেঘালয়ৰ পৰা লংকালৈ … Read more