প্ৰাৰ্থী চূড়ান্ত হোৱাৰ প্ৰাক মুহূৰ্তত নগাঁৱত বিজেপিৰ উচ্চস্তৰীয় বৈঠক
ডিজিটেল সেৱা: আগন্তুক নগাঁও লোকসভাৰ উপ নিৰ্বাচনত ৰাজনৈতিক দলসমূহে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে । শাসনত থকা বিজেপি দলেও ব্যাপক ৰণনীতি প্ৰস্তুত কৰিছে । তাৰ অংশ হিচাপে প্ৰাৰ্থী চূড়ান্ত হোৱাৰ পূৰ্বে নগাঁৱত বিজেপিয়ে ইখনৰ পিছত সিখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰিছে ।বিজেপিয়ে দাবী কৰিছে যে নগাঁৱত দলটোৱে শক্তিশালী ৰূপত যুঁজ দিব। নগাঁও উপ নিৰ্বাচনত শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপৰো … Read more