নগাঁও জিলাৰ প্ৰতিটো চৰকাৰী কাৰ্যালয়তে ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি

নগাঁও জিলাৰ প্ৰতিটো চৰকাৰী কাৰ্যালয়তে ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি

ডিজিটেল সেৱা, নগাঁও: ভাৰত ৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ পবিত্ৰ জন্ম-শতবাৰ্ষিকী মঙ্গলবাৰে নগাঁও জিলাৰ প্ৰতিটো চৰকাৰী কাৰ্যালয়ত উদযাপন কৰা হয়। পুৱা জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জিলা আয়ুক্ত আৰণ্যক শইকীয়াই সুধাকণ্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি গভীৰ শ্ৰদ্ধা জনায়। এই কাৰ্যসূচীত অতিৰিক্ত আয়ুক্ত মৃদুল বড়ো, সহকাৰী আয়ুক্ত শেখৰন ফুকনৰ উপৰি … Read more

সুধাকণ্ঠৰ জন্মদিনতেই ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিব দেৱাশীষ শৰ্মাই

সুধাকণ্ঠৰ জন্মদিনতেই ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিব দেৱাশীষ শৰ্মাই

ডিজিটেল সেৱা,নগাঁও: নগাঁৱৰ সদ্যপ্ৰাক্তন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এইবাৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰাৰ উদ্দেশ্যে বিজেপিত যোগদান কৰিব। সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই সুধাকণ্ঠৰ জন্মদিনটোতে গেৰুৱা বসন পিন্ধিব সদ্য প্ৰাক্তন প্ৰশাসনিক বিষয়া দেৱাশীষ শৰ্মাই । ডঃ ভূপেন হাজৰিকাৰ সৈতে অতি ঘনিষ্ঠ সম্পৰ্ক থকা শৰ্মাই সুধাকণ্ঠৰ জন্মদিনটোতেই আৰম্ভ কৰিব জীৱনৰ এক নতুন ইনিংছ । ৰাজনীতিৰে সমাজসেৱা কৰাৰ উদ্দেশ্যে … Read more