১৫ চূড়ান্ত প্ৰাৰ্থীৰ প্ৰতিনিধিৰে জিলা আয়ুক্তৰ নিৰ্বাচন পৰ্যবেক্ষকৰ বৈঠক
ডিজিটেল সেৱা, নগাঁও: ৯ নং নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম সময় উকলি যোৱাৰ পিছতে প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হোৱা আটাইকেইজন প্ৰাৰ্থী বা প্ৰাৰ্থীৰ মনোনীত প্ৰতিনিধিৰ সৈতে নিৰ্বাচন পৰ্যবেক্ষক আৰু জিলা আয়ুক্ত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। উপ-নিৰ্বাচন প্ৰক্ৰিয়া স্বচ্ছ, অবাধ আৰু শান্তিপূর্ণভাৱে সম্পন্ন কৰাৰ লক্ষ্যেৰে লোকসভা সমষ্টিটোৰ উপ নিৰ্বাচনৰ বাবে বৈধ বুলি ঘোষণা কৰা ১৫ গৰাকী … Read more