অপৰম্পৰাগত নিৰাপত্তাৰ প্ৰাসংগিকতা
●মুৰুলী বৰুৱা মানৱ সমাজ বা মানৱ সভ্যতাৰ উত্তৰণৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত বিষয়টোৱে হৈছে নিৰাপত্তা । এখন ৰাষ্ট্ৰৰ সামগ্ৰিক বিকাশ তথা প্ৰগতিৰ ক্ষেত্ৰত সেই ৰাষ্ট্ৰ খনৰ প্ৰতি গৰাকী নাগৰিকৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা থাকে । সেয়ে এজন নাগৰিকে ব্যক্তিগত বিকাশ তথা প্ৰগতিৰ মাজেৰে ৰাষ্ট্ৰৰ বিকাশ তথা উন্নয়নত অৰিহণা আগবঢ়াব পাৰে অথবা ভূমিকা গ্ৰহণ কৰিব পাৰে … Read more