ৰাষ্ট্রীয় পুৰষ্কাৰপ্ৰাপ্ত কণ্ঠশিল্পী তৰালী শৰ্মাক ভাস্কৰ ৰত্ন বঁটা প্ৰদান

ৰাষ্ট্রীয় পুৰষ্কাৰপ্ৰাপ্ত কণ্ঠশিল্পী তৰালী শৰ্মাক ভাস্কৰ ৰত্ন বঁটা  প্ৰদান

অদিতি সেৱা:শ্ৰেষ্ঠ মহিলা নেপথ্য গায়িকাৰ ৰাষ্ট্রীয় পুৰষ্কাৰপ্ৰাপ্ত কণ্ঠশিল্পী, সংগীত পৰিচালক তৰালী শৰ্মাক কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্র সন্মিলনীয়ে ‘ভাস্কৰ ৰত্ন বঁটা ২০২৫’ প্ৰদান কৰে । কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ত আনুষ্ঠানিকভাৱে তৰালী শৰ্মাক প্ৰদান কৰা হয় এই বঁটাটো ।এই বঁটা গ্ৰহণ কৰি কণ্ঠশিল্পীগৰাকীয়ে কয়, “যি ঠাইত সংস্কৃতৰ … Read more

ভাৰতে আমেৰিকালৈ স্মাৰ্টফোন ৰপ্তানিৰ ক্ষেত্ৰত শীৰ্ষত

ভাৰতে আমেৰিকালৈ স্মাৰ্টফোন ৰপ্তানিৰ ক্ষেত্ৰত শীৰ্ষত

অদিতি সেৱা:ভাৰতে আমেৰিকালৈ স্মাৰ্টফোন ৰপ্তানিৰ ক্ষেত্ৰত শীৰ্ষ দেশ হিচাপে পৰিগণিত হৈছে। দেশত ইলেক্ট্ৰনিকছ উৎপাদনৰ মুঠ মূল্য ১২ লাখ কোটি টকা স্পৰ্শ কৰিছে। শেহতীয়া তথ্য অনুসৰি, বিগত ১১ বছৰত ইলেক্ট্ৰনিক উৎপাদন ছয়গুণ বৃদ্ধি পোৱাৰ লগতে ইলেক্ট্ৰনিক ৰপ্তানি আঠগুণ বৃদ্ধি পাই ৩ লাখ কোটি টকালৈ উপনীত হৈছে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দেওবাৰে সদৰি কৰিছে এই তথ্য। বেংগালুৰুত … Read more