ভাৰতৰ সৈতে আমেৰিকাই বন্ধুত্বপূৰ্ণ সম্পৰ্ক অব্যাহত ৰখাৰ ইংগিত

ভাৰতৰ সৈতে আমেৰিকাই বন্ধুত্বপূৰ্ণ সম্পৰ্ক অব্যাহত ৰখাৰ ইংগিত

ডিজিটেল সেৱা:আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ অতিৰিক্ত শুল্ক আৰোপৰ পিছতে ভাৰত আৰু আমেৰিকাৰ বাণিজ্যিক সম্পৰ্কৰ কিছু অৱনতি হোৱা দেখা গৈছিল । শেহতীয়াকৈ ভাৰতৰ সৈতে আমেৰিকাই বন্ধুত্বপূৰ্ণ সম্পৰ্ক অব্যাহত ৰখাৰ ইংগিত দিছে ট্ৰাম্পে । তাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ট্ৰাম্পৰ সুৰতে সুৰ মিলোৱা দেখা গ’ল । ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত মুঠ ৫০ শতাংশ … Read more

চৰকাৰৰ বিৰুদ্ধে বিৰোধীক একত্ৰিত হ’বলৈ আহ্বান নাগৰিক সমাজৰ

চৰকাৰৰ বিৰুদ্ধে বিৰোধীক একত্ৰিত হ’বলৈ আহ্বান নাগৰিক সমাজৰ

ডিজিটেল সেৱা, যোৰহাট:যোৰহাটত দেওবাৰে নাগৰিক সমাজৰ এখন নাগৰিক অভিৱৰ্তন অনুষ্ঠিত হয় । যোৰহাট, গোলাঘাট আৰু শিৱসাগৰ জিলাৰ সচেতন নাগৰিকৰ উপস্থিতিত অনুষ্ঠিত নাগৰিক অভিৱৰ্তনত বিজেপিৰ বিৰুদ্ধে সকলো বিৰোধী দলক একত্ৰিত হৈ যুঁজ দিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হয় । উক্ত নাগৰিক অভিৱৰ্তনতেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকলাপক তীব্ৰ ভাষাৰে সমালোচনা কৰা হয় ।বৃহত্তৰ যোৰহাট জিলা নাগৰিক … Read more

গছ বগাই চৰাইৰ কৃত্ৰিম বাহ সংস্থাপন কৰে আয়ুক্ত দেৱাশীষ শৰ্মাই

গছ বগাই চৰাইৰ কৃত্ৰিম বাহ সংস্থাপন কৰে আয়ুক্ত দেৱাশীষ শৰ্মাই

ডিজিটেল সেৱা, নগাঁও: প্ৰকৃতিৰ সৌন্দৰ্য্যতা তথা সুস্থিতি বাহাল ৰখাত আমাৰ পক্ষীবোৰে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । কিন্তু জীৱশ্ৰেষ্ঠ মানুহৰ বিভিন্ন কাৰ্য্যকলাপৰ বাবে পক্ষীবোৰৰ স্বাভাৱিক বাসস্থান ধ্বংস হৈছে আৰু প্ৰকৃতিকগত ভাবে নিজৰ বাহ সাজি উলিওৱা কামটো কঠিন হৈ পৰিছে । এনে পৰিবেশত পক্ষীবোৰৰ বাবে আমাৰ মানৱ সমাজৰ চিন্তা আৰু ভূমিকা সুদূৰপ্ৰসাৰী হোৱা উচিৎ । যদি … Read more