মণিপুৰত ৭,৩০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
ডিজিটেল সেৱা:মণিপুৰত জাতিগত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছত প্ৰথমবাৰলৈ মণিপুৰলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে চুৰাচান্দপুৰত ৭,৩০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে ৷ দুপৰীয়াৰ ভাগত ইম্ফলত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে ধাৰাসাৰ বৰষুণৰ বাবে পথেৰে পোনে পোনে কুকি অধ্যুষিত চুৰাচান্দপুৰলৈ যায় ৷মণিপুৰৰ জাতিগত হিংসাৰ বাবে স্থানচ্যুত হোৱা লোকসকলৰ সৈতে মত বিনিময় … Read more