অসমত শক্তি পূজা
●মুৰুলী বৰুৱা একাংশ লোকে ক’ব বিচাৰে যে অসমত দূর্গা পূজাৰ প্ৰচলন বঙালী সকলৰ পৰা আহিছে । প্ৰকৃততে সেয়া সত্য নহয় ।কাৰণ অসমৰ প্ৰাচীন অনাৰ্যমূলীয় অধিবাসী সকলৰ মাজত দেৱীপূজা আৰু মাতৃপূজাৰ প্ৰচলন অতিজৰে পৰা আছিল ৷ অসমৰ ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ পৰাই বাসন্তী দূৰ্গা পূজাৰ প্ৰচলন আছিল । সেই কথা ইতিহসে কয় । বাসন্তী কালত … Read more