কাৰাৰক্ষীক আক্ৰমণ কৰি ৬ কুখ্যাত অপৰাধীৰ জে’লৰ পৰা পলায়ন

কাৰাৰক্ষীক আক্ৰমণ কৰি ৬ কুখ্যাত অপৰাধীৰ জে’লৰ পৰা পলায়ন

ডিজিটেল সেৱা: ত্ৰিপুৰাত কৰ্তব্যৰত এগৰাকী কাৰাৰক্ষীক দলবদ্ধ আক্ৰমণ কৰি একেলগে ৬ জন কুখ্যাত অপৰাধীয়ে জে’লৰ পৰা পলায়ন কৰে । এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বুধবাৰে ৰাতিপুৱা ৬ বজাত ত্ৰিপুৰাৰ ধৰ্মনগৰ কালীকাপুৰস্থিত চাব জে’লত ।জে’লৰ মূল গেট খুলি অপৰাধী কেইজন পলায়ন কৰা সমগ্ৰ দৃশ্য বন্দী হৈছে জে’লৰ ভিতৰত থকা চিচিটিভি কেমেৰাত। প্ৰথমে এগৰাকী অপৰাধীয়ে পিন্ধি থকা … Read more