সত্ৰ মহাসভাৰ সেতুবন্ধন সমাৰোহত নগাঁৱৰ আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা

সত্ৰ মহাসভাৰ সেতুবন্ধন সমাৰোহত নগাঁৱৰ আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা

অদিতি সেৱা: মহাপুৰুষ গুৰুজনাৰ সৃষ্ট সাহিত্য, কলা আৰু সংস্কৃতিক বিশ্বদৰবাৰলৈ উন্নীত কৰাৰ অহোপুৰুষাৰ্থত নিৰন্তৰ নিয়োজিত সদৌ অসম সত্ৰ মহাসভাই অসমৰ সকলো জাতি-জনগোষ্ঠীৰ মাজত সমন্বয় আৰু সম্প্ৰীতিৰ পবিত্ৰ বাৰ্তা বিলাই প্ৰতি বছৰে আয়োজন কৰি আহিছে ‘সেতুবন্ধন সমাৰোহ’। এইবাৰ শোণিতপুৰ জিলাৰ আতিথ্যত শ্বহীদ নগৰী ঢেকীয়াজুলিত মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই সমাৰোহত সম্বৰ্ধিত হৈছে নগাঁও জিলাৰ … Read more