নগাঁও প্ৰেছ ক্লাবৰ ২০২৫ বৰ্ষৰ মধ্যকালীন অধিৱেশন সম্পন্ন
ডিজিটেল সেৱা, নগাঁও: নগাঁও সদৰস্থ সাংবাদিক সকলৰ উমৈহতীয়া মঞ্চ নগাঁও প্ৰেছ ক্লাবৰ ২০২৫ বৰ্ষৰ মধ্যকালীন অধিবেশনখন দেওবাৰে অনুষ্ঠিত হয়। এই উপলক্ষে নগাঁও প্ৰেছ ক্লাবৰ সভাপতি জিতেন বৰকটকীৰ সভাপতিত্বত নগাঁও প্ৰেছ ক্লাবৰ ড° আবু হানিফা সভা কক্ষত অনুষ্ঠিত মুকলি সভাত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই নগাঁও প্ৰেছ ক্লাবৰ জন্মলগ্নৰ ইতিহাস ৰোমন্থন … Read more