দিল্লীৰ ঘটনাক সমৰ্থন কৰা ব্যক্তিক নিৰীক্ষণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ
ডিজিটেল সেৱা, ৰহা: সোমবাৰে দেশ কঁপাই যোৱা দিল্লীৰ বিস্ফোৰণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে । মঙ্গলবাৰে নগাঁও জিলাৰ ৰহাত উপস্থিত হৈ সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ বিস্ফোৰণৰ ঘটনাক গৰিহণাৰ যোগ্য বুলি উল্লেখ কৰে । “ইতিমিধ্যেই আপোনালোকে গম পাইছে যে বিগত দুটা দিনত এক বিশেষ ব্যক্তিৰ হাতৰ পৰা বহু বেছি বিস্ফোৰক … Read more