বৰঝাৰ বিমানবন্দৰৰ নতুন টার্মিনেল উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
ডিজিটেল সেৱা, গুৱাহাটী: গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰাৰ পাছতে প্ৰধানমন্ত্রীয়ে শনিবাৰে এখন বিশাল জনসভা সম্বোধন কৰে । প্ৰধামন্ত্রীয়ে কয়, “ভূপেন দাৰ এই গীত কেৱল গীত নহয়, অসমক ভালপোৱা সকলো মহান আত্মাৰ সংকল্প । সেই সংকল্পক সাৰ্থক কৰাৰ বাবে আমি কাম কৰি আছো । বিজেপিৰ ডাবল ইঞ্জিনৰ চৰকাৰে অবিৰতভাৱে বিকাশৰ … Read more