নগাঁও জিলাৰ ৮ গৰাকী আৰক্ষীলৈ ডিজিপিৰ প্ৰশংসা পদক

নগাঁও জিলাৰ ৮ গৰাকী আৰক্ষীলৈ ডিজিপিৰ প্ৰশংসা পদক

ডিজিটেল সেৱা, নগাঁও: অসম আৰক্ষীৰ আৰক্ষী সঞ্চালকৰ পদক ২০২৫ লাভ কৰাৰ বাবে নগাঁও আৰক্ষীৰ ৮ গৰাকী বিষয়া-কৰ্মীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। আৰক্ষী বিষয়া সকলৰ দৃষ্টান্তমূলক সেৱা,অসাধাৰণ অৱদান আৰু কৰ্তব্যৰ প্ৰতি অক্লান্ত নিষ্ঠা সঁচাকৈয়ে প্ৰশংসনীয় আৰু বাহিনীটোৰ বাবে গৌৰৱৰ বিষয় হৈ পৰিছে৷ উল্লেখ্য যে, নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা (সোনৰ মেডেল), অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ … Read more